• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমাচলত ভয়াবহ বান-ভূমিস্খলন : আৱদ্ধ অসমৰ শতাধিক লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2018 12:58 pm
65620-bcgghhlwjf-1502678778

হিমাচল প্ৰদেশত বান-ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাত ব্যস্ত সংশ্লিষ্ট কৰ্তৃপক্ষ। ফটো : ইন্টাৰনেটৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২৪ ঘন্টা ধৰি প্ৰৱল বৃষ্টিপাতৰ আৰু ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশত যাতায়ত ব্যৱস্থা প্ৰায় স্তব্ধ হৈ পৰিছে। হিমাচলৰ বান-ভূমিস্খলনত অসমৰ পৰা যোৱা প্ৰায় শতাধিক লোক আৱদ্ধ হৈ আছে। ৰাজ্যখনৰ চাম্বা জিলাত অসমৰ শতাধিক লোক আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

অসমৰ বিভিন্ন ঠাইৰ পৰা গৈ হিমাচলত আৱদ্ধ হৈ পৰা লোকসকল গেমন ইণ্ডিয়াৰ প্ৰকল্পত কৰ্মৰত আছিল। তিনিদিন ধৰি এই লোকসকলে আৱদ্ধ হৈ থকাৰ ফলত তথা খাদ্যৰ অভাৱত লোকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাতৰি পোৱা গৈছে।

Apply Now

আনহাতে, আবদ্ধসকলৰ ওচৰত উদ্ধাৰকাৰী দল উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। এই আৱদ্ধ হৈ পৰা লোকসকলে উদ্ধাৰকাৰী দলৰ সৈতে যোগাযোগ কৰাতো ব্যৰ্থ হৈছে।

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা হিমাচললৈ যোৱা লোকসকলৰ ভিতৰত নগাঁও জিলাৰ এটা পৰিয়ালহ ৬০গৰাকী লোক আৱদ্ধ হৈ আছে। একেদৰে বঙাইগাঁৱৰো এটা পৰিয়ালহ ৩০গৰাকী লোক আৱদ্ধ হৈ আছে। আৱদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত বাকী লখিমপুৰ জিলাৰ ১৪জন, হোজাইৰ দুজন, কোকৰাঝাৰ জিলাৰ ৫জন লোক আছে।

সোমবাৰে প্ৰৱল বৰষুণৰ ফলত হিমাচলৰ কেইবাঠাইতো ভূমিস্খলন হয়। ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বাবে ৰাজ্যখনৰ ১০০ টাতকৈয়ো অধিক পথত যাতায়ত বন্ধ হৈ পৰিছে। বিভিন্ন স্থানত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফৰ অবিযান অব্যাহত আছে।

বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত কাংৰা, চাম্বা আৰু হামিৰপুৰ জিলাকে ধৰি ৰাজ্যখনৰ কেইবাটাও স্থানত প্ৰৱল বৃষ্টিপাতৰ কথা সদৰী কৰিছে।

ইপিনে অসমৰ আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে অসম চৰকাৰে হিমাচল প্ৰদেশ চৰকাৰৰ লগত যোগাযোগ কৰাটো জৰুৰী হৈ পৰিছে। কিয়নো আৱদ্ধ হৈ পৰা লোকসকলে তাত এতিয়াও সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd