• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিএডি অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাৰ শ্ৰেণীকোঠা বৰ্জন কাৰ্যসূচী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 25, 2018 6:56 pm
download
252
VIEWS
Share on FacebookShare on Twitter

বিটিএডিৰ অন্তৰ্গত সকলো অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ (মহাবিদ্যালয়ৰ পৰা প্ৰাথমিক বিদ্যালয়লৈকে) সমস্যাসমূহ সমাধান কৰাৰ দাবীত বিটিএডি অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্থাৰ শ্ৰেণীকোঠা বৰ্জন কাৰ্যসূচীয়ে আজি দ্বিতীয় দিনত ভৰি দিছে।

সদৌ বিটিএডি কনিষ্ঠ মহাবিদ্যালয় সন্থাৰ সভাপতি সোণেশ্বৰ নাৰ্জাৰী আৰু অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠানৰ সদৌ কৰ্মচাৰী সন্থাৰ (প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ) সম্পাদক ক্ৰমে আৰু ইন্দ্ৰ বসুমতাৰীয়ে এটা সংবাদ বিজ্ঞপ্তিযোগে ২৫ ছেপ্টেম্বৰত জনাইছে যে সদৌ বিটিএডি কনিষ্ঠ মহাবিদ্যালয় সন্থা আৰু অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠানৰ সদৌ কৰ্মচাৰী সন্থাই আজি দ্বিতীয় দিনৰ বাবে শ্ৰেণীকোঠা বৰ্জন কৰিছে।

সংস্থাটোৰ ফালৰ পৰা কোৱা হৈছে, ‘ অসম আৰু বিটিএডি চৰকাৰে এই শৈক্ষিক প্ৰতিষ্ঠনসমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে কোনো উদ্যোগ গ্ৰহম নকৰাৰ বাবে আমি ব্যথিত।  আমি ইতিমধ্যে বিটচিৰ শিক্ষা বিধেয়ক-২০১৭ৰ অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ডব্লিউপিটি আৰু বিচি মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু আন ৩গৰাকী বিপিএফ বিধায়কৰ সৈতে এই সন্দৰ্ভত কথা পাতিছোঁ।

এই বিধেয়কখন বিটিচিৰ বিধানসভাত সংখ্যা গৰিষ্ঠ ভোটত গৃহীত হয়। ইতিমধ্যে অসম বিধানসভায়ো অসম শিক্ষা বিধেয়ক-২০১৭ আইন হিচেপে গৃহীত হয় আৰু গেজেট নটিফিকেশ্যনত প্ৰকাশিত হয়। কিন্তু এই কিন্তু ই এতিয়াও অসম সচিবালয়ৰ মাধ্যমিক শিক্ষা বিভাগত পৰি আছে। এয়া অসম চৰকাৰৰ অমনোযোগিতাৰ বাবেই হোবাটো সম্ভবপৰ। এই সূত্ৰতেই আমি ২০ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ শ্ৰেণী বৰ্জনৰ সিদ্বান্ত গ্ৰহণ কৰিছোঁ। চৰকাৰৰ পৰা ইতিবাচক সংহাৰি নাপালে ভবিষ্যতে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd