• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয় পৰ্ব গুণোৎসৱৰ বাবে সাজু বিশ্বনাথ জিলা; আজিৰ পৰা বহী মূল্যায়নকাৰীৰ প্রশিক্ষণ

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
September 26, 2018 5:46 pm
Gunotsav Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্রতিগৰাকী শিশুৱে গুণগত প্রাথমিক শিক্ষা পোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰি ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ সহযোগত ৰূপায়ণ কৰা ‘গুণোৎসৱ’ৰ প্রথম পৰ্ব সফলতাৰে অনুষ্ঠিত হৈ যোৱাৰ পিছত ইয়াৰ দ্বিতীয় পৰ্ব গুণোৎসৱ-অসম, ২০১৮ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা গুণোৎসৱ কাৰ্যসূচীৰ প্রথম পৰ্যায় অহা ৮ অক্টোৱৰ পৰা ১১ অক্তোবৰলৈ আৰু দ্বিতীয় পৰ্যায় ৩১ অক্তোবৰৰ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা বিশ্বনাথ জিলাৰ প্রাথমিক, উচ্চ প্রাথমিক আৰু উচ্চ মাধ্যমিকৰ ১১০৪ খন বিদ্যালয়ত ৪১১ গৰাকী বহী মূল্যায়নকাৰীয়ে দ্বিতীয় শ্রেণী পৰা নৱম শ্রেণীলৈ মুঠ ৮৮২৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক মূল্যায়ন কৰিব। ইয়াৰ বাবে বিশ্বনাথ জিলা সৰ্বশিক্ষাই সকলো যাৱতীয় প্রস্তুতি আৰম্ভ কৰিছে।

Apply Now

আজিৰ পৰা বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সভা কক্ষত প্রথম পৰ্যায়ৰ ৮৫ গৰাকী বহী মূল্যায়নকাৰীৰ প্রশিক্ষণ আৰম্ভ হৈছে। বিশ্বনাথ জিলা সৰ্বশিক্ষাৰ জিলা আঁচনি বিষয়া তথা গুণোৎসৱৰ নডেল বিষয়া বেদব্রত বৰা আৰু মনোজ কুমাৰ গোহাঁইয়ে পৰিচালনা কৰা প্রশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে বিশ্বনাথ কৃষি মহাবিদ্যালয় অধ্যাপক ভক্তপ্রসাদ গৌতমে।

শোণিতপুৰ শিক্ষণ প্রশিক্ষণ প্রতিষ্ঠানৰ প্রৱক্তা চন্দন ভূঞা আৰু বিহালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক গুণজিত কলিতাই বহী মূল্যায়নকাৰী সকলক প্রশিক্ষণ প্রদান কৰে। অহা ৮ অক্তোবৰৰ পৰা তিনিটা পৰ্যায়ত বহী মূল্যায়নকাৰী সকলৰ প্রশিক্ষণসমূহ অনুষ্ঠিত হ’ব বুলি নডেল বিষয়া মনোজ কুমাৰ গোহাঁইয়ে জানিবলৈ দিয়ে |

উল্লেখযোগ্য যে আজিৰ উক্ত কাৰ্যসূচীত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ জিলা মিচন সমন্বয়ক প্রদীপ কুমাৰ সূত্ৰধৰে অংশগ্রহণ কৰে।

কাজি জেইদুল ইছলাম 

কাজি জেইদুল ইছলাম 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd