• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জালত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ-সভানেত্ৰী ৰেণুমাই টেৰনপি

মিণ্টু দাস by মিণ্টু দাস
September 28, 2018 7:02 am
e00d6a94-ba0f-41ac-ab41-b0184d828543

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ সভানেত্ৰী ৰেণুমাই টেৰনপি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ সভানেত্ৰী ৰেণুমাই টেৰনপি আৰক্ষীৰ জালত পৰিছে। উল্লেখ্য যে, যোৱা ২৩ আগষ্টত গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ দলে ৰেণুমাই টেৰনপিৰ কামপুৰ চাইবক গাঁৱত থকা বাসগৃহত অভিযান চলাইছিল। অভিযানকাৰী দলটোৱে বাসগৃহটোৰ পৰা বৃহৎ পৰিমানৰ সূতা, কম্বল, স্কুল বেগ আদি জব্দ কৰিছিল।

অকৰ্তৃত্বশীলভাৱে চৰকাৰী আঁচনিৰ বৃহৎ পৰিমাণৰ সামগ্ৰী মজুত কৰি ৰখাৰ অভিযোগত টেৰনপিৰ বিৰুদ্ধে চানমাৰি আৰক্ষী থানাৰ লগতে গুৱাহাটীৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে। আৰক্ষীয়ে অভিযান চলোৱা সময়ৰ পৰাই তেওঁ আত্মগোপন কৰি আছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি টেৰনপিক কাৰ্বি আংলং জিলাৰ পৰা কৰায়ত্ত কৰে।

Apply Now

উল্লেখ্য যে, টেৰনপিৰ বিৰুদ্ধে নগাঁও জিলা পৰিষদৰ লগতে আমৰি কাৰবি উন্নয়ন পৰিষদৰ বিভিন্ন আঁচনিৰ ধনো লুন্ঠন কৰাৰ অভিযোগ আছে। ইয়াৰ উপৰি টেৰনপিৰ বিৰুদ্ধে বিগত সময়ছোৱাত আমৰি কাৰবি উন্নয়ন পৰিষদলৈ অহা প্ৰায় ১৪ কোটি টকাৰ অধিকাংশই আত্মসাৎ কৰাৰ অভিযোগ আছে।

অভিযোগ অনুসৰি, ২০১২-১৩, ২০১৩-১৪ আৰু ২০১৪-১৫ এই বিত্তীয় বৰ্ষ কেইটাত আমৰি কাৰবি উন্নয়ন পৰিষদৰ সূতা ক্ৰয়ৰ নামতে ৬ কোটিৰো অধিক ধন ব্যয় কৰা হৈছিল যদিও কোনো হিতাধিকাৰীয়ে সূতা লাভ নকৰিলে। এই ধনৰ সিংহভাগ পৰিষদৰো উপাধ্যক্ষৰ দায়িত্বত থকা অৱস্থাত ৰেণুমাই টেৰনপি আৰু তেওঁৰ সহযোগী সকলে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

একেদৰে ৰংগমঞ্চ নিৰ্মাণৰ নামত প্ৰায় ৮০ লাখ টকা, ৰাজহুৱা ভৱন নিৰ্মাণৰ নামত ১ কোটিৰো অধিক ধন টেৰনপিয়ে লুণ্ঠন কৰাৰ অভিযোগ আছে। এনে বহু অভিযোগৰ ভিত্তিতে চানমাৰি আৰক্ষী থানাকে ধৰি অন্য আৰক্ষী থানাতো ৰেণুমাই টেৰনপিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।

পূৰ্বতে কংগ্ৰেছত থকা টেৰনপিয়ে তেওঁৰ এনেবোৰ কুকীৰ্তি ফাদিল হোৱাৰ ভয়তে দুটা বছৰৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল। কিন্তু বিজেপিত যোগদান কৰিও ৰক্ষা নপৰিল টেৰনপি। ইপিনে দিচপুৰ আৰক্ষীৰ লগত ৰেণুমাই টেৰনপিৰ গ্ৰেপ্তাৰৰ প্ৰসংগত যোগাযোগ কৰাত তেওঁক পাঁচদিনৰ আৰক্ষীৰ জিম্মাত লোৱা বুলি অৱগত কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd