• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈশৱৰ সপোন জীয়াই ৰখাৰ প্ৰচেষ্টাৰে নিৰ্মিত হৈছে ভিলেজ ৰক্‌ষ্টাৰ্ছ : ৰীমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2018 11:15 am
Riam-Das-750x375

গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰাৰ মুহূৰ্তত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাস। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ৰাজ্যৰ চলচ্চিত্ৰ গৃহত মুক্তি পাব ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি ভিলেজ ৰক্‌ষ্টাৰ্ছ। বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ভাগ লৈ সুনাম অৰ্জন কৰা তথা শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি ভিলেজ ৰক্‌ষ্টাৰ্ছ ইতিমধ্যে সকলোতে চৰ্চিত হৈ পৰিছে।

ভিলেজ ৰক্‌ষ্টাৰ্ছৰ জৰিয়তে ৰীমা দাসে অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। আজি গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ চিত্ৰগৃহত  ছবিখন বাণিজ্যিকভাৱে মুক্তি দিয়া হ’ব।

Apply Now

অসমৰ উপৰি মুম্বাই, দিল্লী, হায়দৰাবাদ, কলকাতা আদিতো ভিলেজ ৰক্‌ষ্টাৰ্ছ মুক্তি দিয়া হ’ব। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এখন সংবাদমেল সম্বোধন কৰি ৰীমা দাসে ভিলেজ ৰক্‌ষ্টাৰ্ছ উপভোগ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায়।

ভিলেজ ৰক্‌ষ্টাৰ্ছ নিৰ্মাণৰ প্রসংগত ৰীমা দাসে সদৰী কৰে যে নদী, পথাৰৰ লগত থকা সম্পৰ্কই তেওঁক ইয়াৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। তেওঁ কয়, ‘’চিনেমাখন নিৰ্মাণৰ বাবেই মুম্বাইৰ পৰা গাঁৱলৈ আহিছিলোঁ। শিশুৰ মাজত বহু প্ৰতিভা থাকে। চিনেমাখনত অভিনয় কৰা বেছিভাগ শিশু শিল্পী দুখীয়া পৰিয়ালৰ। বহুতৰে পিতৃয়ে হাজিৰা কৰে। শিশু অৱস্থাত যিবোৰ সপোন থাকে, সময়ৰ সোঁতত সেই সপোনবোৰ নোহোৱা হৈ যায়। সেয়ে তেনেবোৰ সপোন জীয়াই ৰাখিবৰ বাবে চিনেমাখন নিৰ্মাণ কৰা হৈছে। এজনী সৰু ছোৱালীক লৈ চিনেমাখন আৰম্ভ হৈছে।‘’

ৰীমাই পৰিয়াল, ঈশ্বৰ, প্ৰকৃতিয়ে ভিলেজ ৰক্‌ষ্টাৰ্ছ নিৰ্মাণত সহায় কৰিছিল বুলিও অনুভৱ ব্যক্ত কৰে। ৪ টা বছৰৰ অক্লান্ত শ্ৰম, শ্বুটিঙৰ অন্ততহে মনে বিচৰা ছবিখনৰ নিৰ্মাণ সম্ভৱ হৈ উঠিছিল।

সংবাদমেলত ৰীমাই লগতে কয় যে তুৰস্ক, ফ্ৰান্স, বাৰ্লিন আদি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হোৱাটো তেওঁৰ এক সপোন আছিল। তদুপৰি, চিনেমাখন চোৱাৰ পাছত বিদেশৰ দৰ্শকে তেওঁৰ ওচৰলৈ আহি কৰা প্ৰশংসা তথা মৰমত তেওঁ আপ্লুত হৈ পৰাৰ কথাও উল্লেখ কৰে ৰীমাই।

ইফালে ভিলেজ ৰক্‌ষ্টাৰ্ছৰ অস্কাৰ প্ৰম’শ্যনৰ বাবে প্ৰায় ৩ কোটি টকাৰ প্ৰয়োজন হোৱাৰ কথাও তেওঁ ব্যক্ত কৰে। এই ক্ষেত্ৰত অসম চৰকাৰে ৫০ লাখ টকাৰ সাহায্য প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তত ৰীমাই সন্তোষ প্ৰকাশ কৰে। আনহাতে বহু লোকে সহায়-সহযোগৰ প্ৰতিশ্ৰুতি দিয়া বুলিও ৰীমা দাসে সদৰী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd