• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামূহিক মেটেকা সংগ্ৰহ কাৰ্য্যসূচী; ‘মূল্যহীন’ মেটেকাৰ পৰাই জীৱিকা আহৰণ মাজুলীৰ ২৫গৰাকী মহিলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2018 6:38 pm
Meteka_2

মেটেকাৰ সামগ্ৰী নিৰ্মাণ কৰি জীৱিকা আহৰণ কৰা মহিলাসকল। ফটো : মিটু খাটনিয়াৰ।

1.2k
VIEWS
Share on FacebookShare on Twitter

সচৰাচৰ কোনো মূল্য নাই বুলি ভবা মেটেকাক শিল্প-উদ্যোগৰ জ্ঞানেৰে কমাত লগাই যে জীৱিকা আহৰণ কৰিব পাৰি, সেয়া প্ৰমাণ কৰিছে মাজুলীৰ বহুকেইগৰাকী মহিলাই।

ALPED ( Association for Livelihood Promotion and Entrepreneurship Development )  নামৰ বেচৰকাৰী সংস্থাটোৰ দিকদৰ্শনত মাজুলীৰ ২৫গৰাকী মহিলাই মেটেকাৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি সেইবোৰ বিক্ৰীৰে স্বাৱলম্বী হোৱা দেখা গৈছে। আজি এই বেচৰকাৰী সংস্থাটোৰ উদ্যোগত মাজুলীৰ চামগুৰিত সামূহিক মেটেকা সংগ্ৰহ কাৰ্য্যসূচী লোৱা হয়।

Meteka
মাজুলীত মেটেকাৰ সামগ্ৰী নিৰ্মাণেৰে স্বাৱলম্বিতাৰ বাট বিষয়ক সভাৰ দৃশ্য।

আজিৰ কাৰ্য্যসূচীটো উদ্বোধন কৰে মাজুলীৰ অতিৰিক্ত উপায়ুক্ত  শ্ৰী চিন্ময় নাথে।  শ্ৰী চিন্ময় নাথে সংস্থাটোৰ এই ব্যতিক্ৰমী কামৰ শলাগ লয় আৰু প্ৰশাসনৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহায় আগ বঢ়াব বুলি আশ্বাস দিয়ে।

মেটেকা সংগ্ৰহ কাৰ্য্যসূচীৰ পিছত এখন সভা আয়োজন কৰা হয়। সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ শ্ৰী ৰেব বৰাই।

সভাখনত ALPED ৰ সাধাৰণ সম্পাদক  ডাঃ কাব্যজ্যোতি বৰাই মাজুলীত তেওঁলোকে কৰা কামৰ খতিয়ান দাঙি ধৰে। মেটেকাৰ সামগ্ৰী নিৰ্মাণ কৰাৰ জৰিয়তে ২৫গৰাকী মহিলাই কিদৰে নিজৰ জীৱিকা উলিয়াইছে তাৰ বিৱৰণ কাব্যজ্যোতি বৰাই দাঙি ধৰে। সভাত মহিলাসকলে তৈয়াৰ কৰা মেটেকাৰ সামগ্ৰী প্ৰদৰ্শন কৰা হয়।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd