• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষকৰ মান কি উন্নত কৰিব? স্বয়ং কৰ্তৃপক্ষই বাৰেপাচি ভুল আৰু বিকৃত বানানেৰে ভৰা প্ৰশ্ন কাকতেৰে ল’লে শিক্ষকৰ পৰীক্ষা

ডি এল এড পৰীক্ষাৰ নামত বহুৱালি NIOS -অৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2018 11:06 pm
Question Paper_4

এখন প্ৰশ্ন কাকতৰ কিছু অংশ।

239
VIEWS
Share on FacebookShare on Twitter

National Institute of Open Schooling-অৰ অধীনত চলি থকা ৰাজ্যত কৰ্মৰত বুনিয়াদী শিক্ষকৰ মান নিৰূপক ডি এল এড পৰীক্ষাৰ প্ৰশ্ন কাকতত অসমীয়া ভাষাৰ শৰাধ পতাৰ লগতে পৰীক্ষাৰ নামত বহুৱালি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আজি অনুষ্ঠিত গণিতৰ পৰীক্ষাৰ প্ৰশ্ন কাকতখনক লৈয়ো ইতিমধ্যে সৰ্বত্ৰে চৰ্চা হোৱা দেখা গৈছে। প্ৰশ্ন কাকতখনত বাৰেপাচি ভুল থকাৰ উপৰি বাংলা আৰু হিন্দী শব্দেৰে প্ৰশ্নবোৰৰ অসমীয়া ৰূপ ছপোৱা বুলি অভিযোগ আনিছে পৰীক্ষাৰ্থীসকলে।

উদাহৰণস্বৰূপে এটা প্ৰশ্ন এনেকুৱা : গণিতৰ বিষয়ে যি কোন দুটা উদাহৰণ দিয়া য’ত ছাত্ৰ সকলে সবতকৈ বেচী অসুবিধাৰ সামনা কৰে।

আন এটা প্ৰশ্নৰ এটা অংশ : ভাৰতীয় ক্ৰিকেট টিমৰ ১১জন খেলোয়াৰৰ বয়স নিচে দিয়া আছে।

এইবোৰৰ উপৰি গোটেই শব্দবোৰৰ বেছি সংখ্যকৰে বানান ভুল, বৰ্ণনাৰ অস্পষ্টতা।

লগতে পৰীক্ষাৰ্থীসকল কৰ্মৰত শিক্ষক যদিও প্ৰশ্ন কাকতত তুমি সম্বোধন কৰা হৈছে, যিটো দৃষ্টিকটু আৰু আমাৰ সমাজৰ সন্মানসূচক সম্বোধনৰ সৈতে খাপ নোখোৱা।

শিক্ষকৰ যোগ্যতা বৃদ্ধি কৰিব খোজা বা মান জুখিব খোজা কৰ্তৃপক্ষৰ এনেকুৱা গুণ-মানহীন কাণ্ডই সকলোকে ভবাই তুলিছে। প্ৰকৃততেই এইবোৰৰ জৰিয়তে শিক্ষকৰ গুণ-মানৰ আন্তৰিক প্ৰয়াস কৰা হৈছে নে আঁচনিৰ নামত অযথা ভেকো-ভাওনা কৰা হৈছে?

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd