• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ ১০০ মেগাৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পৰ দুৰ্ঘটনাৰ তদন্তৰ তথ্য বিচাৰি মহাপ্ৰৱন্ধকক ঘেৰাও আছুৰ

অক্ষয় প্ৰণৱ কলিতা by অক্ষয় প্ৰণৱ কলিতা
September 29, 2018 6:33 am
IMG-20180928-WA0119
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম শক্তি উৎপাদন  নিগম লিমিটেড আৰু নিৰ্মাণ গোষ্ঠী ভেল ( BHEL) কৰ্তৃপক্ষই গা এৰা দিয়া মনোভাৱেৰে ২০০৯ চনৰ পৰা নিৰ্মাণ কৰি থকা নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পত আৰম্ভণিৰে পৰাই প্ৰকল্প নিৰ্মাণ থলীত এটাৰ  পিছত  আনটো কাৰিকৰী বিজুতি সংঘটিত  হৈ আহিছে।

২০১২ চনতে নিৰ্মান কাৰ্য্য সম্পূৰ্ণ  হ’বলগীয়া প্ৰকল্পটোত যোৱা ৯ জুলাইৰ নিশা ১০.৩০ বজাত প্ৰকল্পটোৰ ষ্টিম টাৰবাইনৰ তৃতীয় অৰ্থাৎ শেষ মহলাৰ মূল চাদ ভাগি  টাৰবাইনৰ  কিছু অংশ ধ্বংস হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৮০ দিনৰ পাৰ হোৱাৰ পিছতো কোনো তদন্ত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে নামৰূপ আছু।

Apply Now

ইতিমধ্যে অনিশ্চতাৰ দিশে গতি কৰা অসমবাসীৰ প্ৰত্যাশিত প্ৰকল্পটোত দুৰ্ঘটনা সন্দৰ্ভত  তদন্ত আৰু তদন্তৰ ফলাফল বিচাৰি শুকুৰবাৰে নামৰূপ আঞ্চলিক ছাত্ৰই প্ৰকল্পৰ মহাপ্ৰবন্ধক সত্যেন্দ্ৰ চৌধুৰীক দিনৰ ১১বজাৰ পৰা ঘেৰাও কৰি ৰাখে।

উল্লেখ‍্য যে ঘটনা সংঘটিত হোৱাৰ পিছত  বিগত ১৭ জুলাইত অসমৰ শক্তি  মন্ত্ৰী তপন কুমাৰ গগৈ ঘটনাস্থলী পৰিভ্ৰমণ কৰি পাচঁজনীয়া তদন্ত কমিটিৰ দ্বাৰা উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰ আশ্বাস দিছিল যদিও শক্তি মন্ত্ৰীৰ তদন্তৰ ফলাফলত ৰাইজে আশ্বস্ত নহ’ল ।

ইয়াৰ পিছৰ পৰ্য্যায়ত উচ্চপৰ্য্যায়ৰ তদন্তৰ বাবে উদ্যোগ বিভাগৰ আয়ুক্ত সচিব ৰবি কাপুৰক দায়িত্ব  অৰ্পণ কৰে ৰাজ্য চৰকাৰে। লক্ষ্যণীয় যে এই তদন্তৰ  ফলাফলো  যোৱা ৩১ আগষ্টৰ ভিতৰত  ৰাজহুৱা কৰাৰ  ঘোষণা নকৰি বিষয়টো গাপ দিবলৈ হে চেষ্টা কৰাৰ সন্দেহ প্ৰকাশ কৰি শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা নামৰূপ আছুৱে প্ৰকল্পৰ মহাপ্ৰবন্ধক সত্যেন্দ্ৰ চৌধুৰীক কাৰ্য্যালয়তে ঘেৰাও কৰি ৰাখে।

নামৰূপ আছুৰ সভাপতি কল্পজিত গগৈ, সাধাৰণ সম্পাদক মানস জ্যোতি চাংমাই, আছুৰ জিলাৰ শিক্ষা সম্পাদক অবনী কুমাৰ গগৈৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে মহাপ্ৰৱন্ধক গৰাকীক ঘেৰাও কৰে। তদুপৰি, তদন্তৰ তথ্য ৰাজহুৱা নকৰা পৰ্য্যন্ত এই ঘেৰাও কাৰ্যসূচী অব্যাহত ৰখাৰো ঘোষণা কৰে।

উল্লেখ‍্য যে নামৰূপ তাপবিদ্যুত কেন্দ্ৰৰ মহাপ্ৰৱন্ধক সত্যেন্দ্ৰ চৌধুৰীয়েও আশ্বস্ত হ’ব পৰা কৈ কোনো  তথ্য প্ৰদান কৰিব নোৱাৰাত তদন্ত সন্দৰ্ভত যে বিষয়টো গাপ দিবলৈ চেষ্টা কৰিছে ই নিশ্চিত হৈ পৰিছে ।

অক্ষয় প্ৰণৱ কলিতা

অক্ষয় প্ৰণৱ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd