• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঞ্চনাৰ অভিযোগ : ১ অক্টোবৰত ঠিকাভিত্তিক টে’ট শিক্ষকে ঘেৰাও কৰিব সৰ্বশিক্ষাৰ কাৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2018 8:09 am
2018-03-14
266
VIEWS
Share on FacebookShare on Twitter

এইবাৰ ৰাজপথত নামিব ঠিকাভিত্তিক টে’ট উত্তীৰ্ণ শিক্ষক। ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ৩০ হাজাৰ ঠিকাভিত্তিত নিযুক্ত টে’ট শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত অহা ১ অক্টোবৰত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব।

ঠিকাভিত্তিত নিযুক্ত টে’ট শিক্ষকসকলে সপ্তম দৰমহা আয়োগৰ অধীনৰ দৰমহাৰ এবছৰৰ বকেয়া, বেংক ঋণ, নতুন গ্ৰেড পে, মহিলাৰ বাবে শিশুৰ যত্নৰ ছুটী প্ৰদান আদি কৰি কেইবাটাও দাবীত সময়ে সময়ে আন্দোলন কৰি আহিছে। কিন্তু শিক্ষা বিভাগে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই।

আনহাতে, ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীও দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে যদিও এইক্ষেত্ৰতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে শিক্ষকসকলে।

সেয়েহে চৰকাৰৰ এনে বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে ১ অক্টোবৰ সোমবাৰে সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয় ঘেৰাও কৰিব। সোমবাৰে দিনৰ ১১ বজাত টে’ট শিক্ষকসকলে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাবীত এই প্ৰতিবাদী আন্দোলন কাৰ্যসূচী  ৰূপায়ণ কৰিব।

এটা বিবৃতিত টে’ট উত্তীৰ্ণ শিক্ষক সমাজে অভিযোগ কৰে যে নিয়মীয়া  আৰু ঠিকাভিত্তিক শিক্ষকসকলক সমান সুবিধা  দিয়া হ’ব বুলি ঘোষণা কৰিও সৰ্বশিক্ষা অভিযানে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰা নাই। আলোচনাৰ মাধ্যমেৰে ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা সমাধানত শিক্ষা বিভাগে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলে ধাৰাবাহিকভাৱে আন্দোলন চলাই থাকিব লগীয়া হৈছে বুলিও টে’ট উত্তীৰ্ণ শিক্ষক সমাজে বিবৃতিটোত প্ৰকাশ কৰিছে।

বৰ্তমান নতুন শিক্ষা মন্ত্ৰী গৰাকীয়ে এই ঠিকাভিত্তিক টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd