• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজধানী সম্প্ৰসাৰণত জনজাতীয় বেল্ট, ব্লক আৰু স্বায়ত্ত শাসিত এলেকা অন্তৰ্ভুক্ত নকৰিবলৈ মুখ্য মন্ত্ৰীক আছুৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2018 9:24 am
Guwahati

গুবাহাটী মহানগৰ। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৰাজধানী এলেকা সম্প্ৰসাৰণৰ প্ৰস্তাৱিত এলেকাত জনজাতীয় বেল্ট, ব্লক আৰু স্বায়ত্ত শাসিত এলেকা অন্তৰ্ভুক্ত নকৰিবলৈ ৰাজ্য চৰকাৰক সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছে। এই বিষয়টো স্পষ্টভাৱে উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আছুৱে এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছে।

আছুৱে দাবী কৰে যে প্ৰস্তাৱিত এলেকাত থকা আন আন খিলঞ্জীয়া লোকৰ হাতত যাতে ভূমিৰ অধিকাৰ সুৰক্ষিত হৈ থাকে অসম চৰকাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম বিধানসভাৰ চলিত অধিৱেশনতে এই বিষয়ৰ আইনৰ প্ৰয়োজনীয় সংশোধনী আনিবলৈও সংগঠনটোৱে দাবী জনায়।

Apply Now

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই স্পষ্ট কৰি দিয়ে যে অসমৰ ৰাজধানী এলেকা সম্প্ৰসাৰণৰ বিষয়ক লৈ জনজাতীয় আৰু আন আন খিলঞ্জীয়া মানুহৰ স্বাৰ্থ কোনো কাৰণতে, কোনো পৰিস্থিতিতে বিঘ্নিত হ’ব নোৱাৰিব।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে দাবীপত্ৰ সম্পৰ্কত কয় যে অসমৰ ৰাজধানী এলেকা সম্প্ৰসাৰণৰ মৌলিক দৃষ্টিভংগীৰ সৈতে ছাত্ৰ সন্থা একমত। অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক সৰ্বাংগসুন্দৰভাৱে গঢ়ি তোলাৰ লগতে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰি এলেকা সম্প্ৰসাৰণৰ বহল দৃষ্টিভংগী গ্ৰহণৰ প্ৰয়োজন আছে। কিন্তু এনে কৰিবলৈ যাওঁতে ৰাজধানী সম্প্ৰসাৰণৰ প্ৰস্তাৱিত এলেকাত পৰা জনজাতীয় বেল্ট, ব্লকসমূহ তথা স্বায়ত্ত শাসিত এলেকা অন্তৰ্ভুক্ত কৰিব নালাগিব।

প্ৰস্তাৱিত এলেকাত থকা আন আন খিলঞ্জীয়া মানুহৰ হাতত যাতে মাটিৰ অধিকাৰ সুৰক্ষিত হৈ থাকে, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসমৰ ৰাজধানী শ্বিলঙৰপৰা গুৱাহাটীলৈ স্থানান্তৰ হওঁতে দূৰদৰ্শিতাৰে পৰিকল্পিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সেই সময়ত জনজাতীয় আৰু আন আন খিলঞ্জীয়া মানুহে নিজৰ মাটিডৰাৰ ওপৰত থকা অধিকাৰ হেৰুৱাবলগীয়া হৈছিল।

আছুৱে দোহাৰে যে এনে অৱস্থাৰ পুনৰ সৃষ্টি হোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। এই পৰিক্ৰমাক আৰু খিলঞ্জীয়া মানুহৰ মৰ্মবেদনাক অসম চৰকাৰে উপলব্ধি কৰিব লাগিব।

উল্লেখযোগ্য যে আছুৰ লগতে ২৮টা জনগোষ্ঠীয় সংগঠনে যৌথভাৱে এই দৃষ্টিভংগীৰে দাবী উত্থাপন কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd