• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰদেৱ আৰু অসমীয়া জাতিক লৈ উপলুঙা পতঞ্জলিৰ যোগ নিৰীক্ষকৰ : পতঞ্জলিৰ প্ৰডাক্ট বৰ্জনৰ আহ্বান ছ’চিয়েল মিডিয়াত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2018 4:24 pm
Boycott Patanjali Products
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দুত্বৰ আৱেগক ব্যৱহাৰ কৰি বৃহৎ ব্যৱসায় সাম্ৰাজ্য গঢ়ি তোলা পতঞ্জলিৰ বিৰুদ্ধে এইবাৰ ছ’চিয়েল মিডিয়াত ব্যাপক অভিযান আৰম্ভ কৰিছে অসমৰ নৱ প্ৰজন্মই। দৰং জিলাৰ দুনীত পতঞ্জলিৰ উত্তৰ-পূব ভাৰতৰ যোগ নিৰীক্ষক সতীনাথ বাৰাল নামৰ ব্যক্তিজনে শংকৰদেৱক লৈ উপলুঙাসূচক মন্তব্য কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত এইদৰে ‘পতঞ্জলিৰ প্ৰডাক্ট বৰ্জন কৰো আহক’ শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে।

উল্লেখযোগ্য যে দৰং জিলাৰ দুনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেৰুৱাত পতঞ্জলি  যোগপীঠ হৰিদ্বাৰৰ তত্ত্বাৱধানত যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া বিনামূলীয়া যোগ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত আছিল যোগ নিৰীক্ষক সতীনাথ বাৰাল।

Apply Now

প্ৰশিক্ষণৰ সময়খিনিত বাৰালে মাজে মাজে অসমৰ সকলোৰে শ্ৰদ্ধা-ভক্তিৰ শ্ৰীমন্ত শংকৰদেৱক লৈ উদ্ভট মন্তব্য কৰি আহিছিল। ইয়াকে লৈ শিবিৰত অংশগ্ৰহণ কৰা আৰু দাঁতিকাষৰ মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াই গা কৰি উঠে। বাৰালে শংকৰদেৱ ডাঙৰ পণ্ডিত নহয় বুলি কয়। লগতে নামঘোষাত কিনো ভাল কথা আছে বুলি প্ৰশ্ন কৰে।

২৯ ছেপ্তেম্বৰত শিবিৰৰ অন্তিম দিনৰ প্ৰশিক্ষণৰ সামৰণি কাৰ্য্যসূচীৰ সময়ত এই প্ৰতিক্ৰিয়াই অধিক তীব্ৰ ৰূপ লয় আৰু বিশৃংখলাৰ সৃষ্টি হয়। উপস্থিতসকলে বাৰালক জবাবদিহি কৰিব খোজে। বিতৰ্কিত মন্তব্যৰ বাবে শিবিৰত উপস্থিত থকা লোকসকলে প্ৰতিবাদ কৰে। পৰিস্থিতি উত্তপ্ত হোৱাত শিবিৰৰ পৰা কৌশলেৰে পলায়ন কৰে ভণ্ড যোগগুৰুজনে।

Patanjali

জানিব পৰামতে, কেৱল শংকৰদেৱকে নহয়, অসমীয়া মানুহবোৰক সামগ্ৰিকভাৱে মূৰ্খ বুলিও কৈছিল ভণ্ড বাবাই। অসমীয়া মানুহে ঘিউৰ পৰিৱৰ্তে মিঠাতেলৰ চাকি জ্বলোৱা বুলি কৈ ‘মূৰ্খ নেকি’ বুলি প্ৰশ্ন কৰিছিল।

এই কথা ৰাষ্ট্ৰ হৈ পৰাত ছ’চিয়েল মিডিয়াত পতঞ্জলি বিৰোধী মতে গা কৰি উঠা দেখা গৈছে। বহুতেই নিজৰ ৱালত পতঞ্জলিৰ প্ৰডাক্ট বৰ্জন কৰিবলৈ আহ্বান জনাইছে। লগতে দোকানীসকলকো পতঞ্জলিৰ প্ৰডাক্ট বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে।

মন কৰিব লগীয়া যে অসমলৈ আহি ভাৰতৰ মূল ভূখণ্ডৰ মানুহে ইয়াৰ মানুহক বিভিন্ন ধৰণৰ তুচ্ছতাসূচক মন্তব্য কৰি যোৱাৰ উদাহৰণ কম নহয়। কিছু দিনৰ পূৰ্বে পতঞ্জলিৰে আন এজন বিষয়াই অসমীয়া মানুহবোৰক অসভ্য বুলি মন্তব্য কৰিছিল। তাৰোপৰি বিগত বিধান সভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অহা বিজেপিৰ নেতাই শংকৰদেৱক ‘বাবা চংকৰদেৱ’ বুলি উল্লেখ কৰি আন এক বিতৰ্ক কৰি গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd