• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফলক লৈ উত্তপ্ত কটন বিশ্ববিদ্যালয়ৰ চৌহদ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 7, 2018 7:57 am
05-10-18-Guwahati-cotton-election-3-750x375

শনিবাৰে অনুষ্ঠিত হোৱা কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ এটি দৃশ্য। ফটো : ইউ বি

392
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে অনুষ্ঠিত হৈ যোৱা কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পৰা নাই। কিয়নো পুনৰ ভোটগননাৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ চৌহদ এতিয়াও উত্তপ্ত হৈ আছে।

একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভোট গননাত খেলিমেলি হোৱাৰ অভিযোগ তুলি বিশ্ববিদ্যালয়ৰ নিৰ্বাচন কমিটিক বাৰম্বাৰ পুনৰ ভোট গননাৰ দাবী কৰি অহাৰ পাছতো গুৰুত্ব নিদি কমিটিখনৰ সদস্যসকলে ভোট গননাৰ স্থান ত্যাগ কৰাত ছাত্ৰ-ছাত্ৰীসকল ক্ষুন্ন হৈ পৰে।

উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কক আৱদ্ধ কৰি ৰাখে।

আনহাতে, উপ-সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ বাবে দেওবাৰে পুৱা ৮ বজাৰ পৰা পুনৰ ভোটগননা অনুষ্ঠিত হ’ব। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানি পুৱতি নিশা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ঘোষণা কৰিবলৈ বাধ্য হয়।

ইপিনে, এই দুটা পদৰ বিসংগতিৰ অভিযোগৰ বাবেই  বাকী পদবোৰৰ কোনো এটাৰেই ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এইবাৰ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মুঠ ১৮ টা পদৰ বিপৰীতে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল।

টেনিচ শাখাৰ সম্পাদক আৰু হকী শাখাৰ সম্পাদক পদত এজনকৈ ছাত্ৰই প্ৰাৰ্থিত্ব আগবঢ়াইছিল। সেয়েহে তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd