• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰ ভ্ৰমণ সেনা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱতৰ

সভাপতি চামম by সভাপতি চামম
December 29, 2017 8:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ অস্থিৰ মণিপুৰৰ দুদিনীয়া ভ্ৰমণসূচী সামৰি আজি ৰাজ্যখন এৰিছে সেনা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱতে। সেনা বাহিনীৰ এক প্ৰেছ বিবৃতি অনুসৰি ২৮ আৰু ২৯ ডিচেম্বৰত সেনা বাহিনীৰ মুৰব্বীজনে অসম ৰাইফলচৰ ইনস্পেক্টৰ জেনেৰেল (দক্ষিণ) ৰ কাৰ্যালয় ভ্ৰমণ কৰে। উক্ত ভ্ৰমণৰ সময়ত সেনাৰ মুৰব্বীজনক সংগ দিয়ে সেনা বাহিনীৰ ইষ্টাৰ্ন কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল অভয় কৃষ্ণা আৰু স্পিয়েৰ্চ কৰ্পচৰ লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে। জেনেৰেল ৰাৱতৰ সন্মুখত ৰাজ্যখনৰ বৰ্তমানৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সংক্ষিপ্তষাৰ দাঙি ধৰে অসম ৰাইফলচ (দক্ষিণ)ৰ ইনস্পেক্টৰ জেনেৰেল মেজৰ জেনেৰেল বিৰেন্দ্ৰ আৰু ৫৭ নং মাউণ্টেইন ডিভিজনৰ মেজৰ জেনেৰেল উ সুৰেশ কুমাৰে। বিবৃতিটোত লগতে কোৱা হৈছে যে সেনা বাহিনীৰ মুৰব্বীজনে অভিযানগত প্ৰস্তুতিৰ বুজ লৈ নিৰাপত্তা বাহিনী সমূহৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ ৰাজ্যখনৰ শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰাৰ বাবে সেনা জোৱান সকলে চলোৱা প্ৰচেষ্টাৰ শলাগ লয় আৰু তেওঁলোকক পেছাদাৰিত্ব বজাই ৰাখি ভাৰতীয় সেনাৰ প্ৰকৃত উদ্যমেৰে তেওঁলোকৰ কাম-কাজ কৰি যোৱাৰ বাবে আহ্বান জনায়।

Apply Now
সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am
ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd