• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্গাৰ ত্ৰিশূল বুকুত দি প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন কৰিলে বৰাকৰ সংগঠনে

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
October 8, 2018 4:38 pm
Hajela_Durga

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ কামেৰে প্ৰতীক হাজেলাই অসম আৰু অসমীয়াৰ বাবে ভাল কাম কৰিছে নে অসম-অসমীয়াক বিপদৰ গৰাহলৈ ঠেলিছে সেয়া সময়ে ক’ব। কিন্তু এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত অসন্তুষ্ট বৰাকৰ এটা সংগঠনে আজি মহালয়াৰ দিনটোতে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ প্ৰতিবাদৰ ভাষা হিচাপে ব্যৱহাৰ কৰে এখন বিতৰ্কিত ছবি।

এই ছবিখনত প্ৰতীক হাজেলাক দুৰ্গাৰ ত্ৰিশূলে বুকুত খুঁচি থকা অসূৰটোৰ ৰূপত উপস্থাপন কৰা দেখা গৈছে। এই কাণ্ড কৰিছে বৰাকৰ এটা নৱগঠিত নৰ্থ-ইষ্ট ভাষিক আৰু জনগোষ্ঠীয় সমন্বয় সমিতিয়ে। সংগঠনটোৰ এই কামে সমাজত স্বাভাৱিকতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Apply Now

এন আৰ চিৰ পৰা নাম বাদ পৰাসকলৰ দাবী-আপত্তি প্ৰক্ৰিয়াত পূৰ্বে বৈধ বিবেচিত ১৫ বিধ নথিৰ পৰা ৫ বিধ বাদ দিয়া কাৰ্য্যৰ আজি প্ৰতিবাদত বহিছিল নৱগঠিত নৰ্থ-ইষ্ট ভাষিক আৰু জনগোষ্ঠীয় সমন্বয় সমিতি। এই প্ৰতিবাদৰ সময়তে সংগঠনটোৱে প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন কৰে।

কেৱল সেয়ে নহয়, তেওঁলোকে ইয়াক ‘হাজেলা দমন’ আখ্যা দিয়ে। প্ৰতিবাদীসকলে হাজেলাক অসুৰ ৰূপে তুলি ধৰা ছবিখনৰ কাষতে এটা কবিতাও লিখি ৰাখে। কবিতাটোৰ নাম দিয়া হৈছে ‘অসুৰ নাশিনীৰ অসুৰ দমন’। ইয়াত হাজেলাক কটাক্ষ কৰি লিখা হৈছে, “দাড়ি কমা ছাড়া কথায়, আর কলমের এক খোঁচায়, চিন্তা বাড়ায় আমাদের মাথায়।”

আনহাতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকো কটাক্ষ কৰা হৈছে এইদৰে, “গগৈর হাতে দেশের আইন যেমন খুশি সবাইকে নাচান।”

উল্লেখযোগ্য যে বৈধ নথিৰ তালিকাৰ পৰা বাদ দিয়া ৫ বিধ নথিক পুনৰ অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি সংগঠনটোৰ সদস্যসকলে সদৰঘাট দলং সংযোগী পথত প্ৰতিবাদত বহে। সংগঠনটোৰ সদস্য শান্তনু নায়কে কয়, “আমি উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছো যাতে আমাৰ যুক্তিৰ প্ৰতি মনোযোগ দিয়ে আৰু বাদ দিবলৈ ওলোৱা ৫বিধ নথিক পুনৰ অন্তৰ্ভুক্ত কৰে আৰু ইয়াৰ জৰিয়তে শংকাত দিন-ৰাতি পাৰ কৰা লাখ লাখ লোকৰ চিন্তা দূৰ কৰে।”

আনহাতে সংগঠনটোৰে এজন নাম প্ৰকাশত অনিচ্ছুক সদস্যই জানিবলৈ দিয়ে যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন কৰা কাৰ্য্যৰ বাবে জিলা প্ৰশাসনে অসম চৰকাৰৰ হৈ সংগঠনটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ বাবে আগ বাঢ়িছে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd