• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰাশাস্তিৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

য়াছিন আলী by য়াছিন আলী
October 8, 2018 7:59 pm
NRC-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আবেলি সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি শ্বেখ আব্দুল হামিদ, কাৰ্য্যকৰী সভাপতি আব্দুল ৰফিকে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিয়া মতে, প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বিদেশী সজাই বিভিন্ন প্ৰকাৰে  হাৰাশাস্তি কৰা আৰু এনআৰচি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰাৰ অভিযোগত আজি ৰাজ্যজুৰি ‘অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে’ জিলা উপায়ুক্ত, মহকুমাধিপতিৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে সংখ্যালঘু ৰাইজক সন্দেহযুক্ত  নাগৰিক বুলি নামৰ আগত যধে-মধে ‘ডি’ ব্যৱহাৰ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। আনকি কণ-কণ ল’ৰা-ছোৱালীৰ নামৰ আগত ডি বহুৱাই জাননী জাৰি কৰি চৰম হাৰাশাস্তি কৰি আহিছে।

আজি সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলা সমিতিয়েও উত্তৰ শালমাৰা  মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তিনি দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখিত দাবীসমূহ ক্ৰমে অসম আৰক্ষীৰ সীমান্ত শাখাৰ দ্বাৰা উপযুক্ত অনুসন্ধান অবিহনে সন্দেহৰ অজুহাতত বৈধ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বৈদেশিক ন্যায়াধিকৰণত মিছা মোকৰ্দমা পঞ্জীয়ন আৰু মইমতালিৰে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম, পিতাৰ নাম, স্বামীৰ নাম ভুলকৈ এনআৰচিৰ খচৰাত লিপিবদ্ধ কৰা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিষদে দাবী জনাইছে। অসম সীমান্ত আৰক্ষী শাখাৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰসংগৰ বৈধতা আৰু ন্যায্যতা অনুসন্ধান নকৰাকৈ প্ৰসংগটো বৈদেশিক ন্যায়াধিকৰণে চলাই নিয়া দেখা যায়।

সমৰ্থনযোগ্য যুক্তি অবিহনে সাক্ষী আৰু প্ৰমাণপত্ৰত অবিশ্বাস চলাই নিয়াৰ সিদ্ধান্তত উপনীত হোৱাও দেখা যায়। গতিকে মইমতালি কৰা সকলক অসম ন্যায়িক সেৱাৰ দৰে নিয়মীয়া নিযুক্তিৰ দ্বাৰা বৈদেশিক ন্যায়াধিকৰণৰ সদস্যসকলক নিযুক্তি দিয়াৰ দাবী জনায়। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ কাম-কাজত ৰাজ্যিক সমন্বয়ক আৰু কিছু সংখ্যক বিষয়ববীয়াই আইন উলংঘাত জড়িত হোৱা বিষয়াৰ বিৰুদ্ধে  অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিষদে দাবী জনাইছে।

য়াছিন আলী

য়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd