• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য লোকসভা নিৰ্বাচন : ৰাজ্যৰ ৫৭ লাখ পৰিয়ালক বিলাব মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত ৰেছন কাৰ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
October 9, 2018 7:55 am
dc-Cover-fk3lhab9r50lr3l6cc75ihnm80-20160607005943.Medi

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অনুসৰি সকলো দৰিদ্ৰ শ্ৰেণীৰ লোককে চৰকাৰে দিবলগীয়া ৰেছন কাৰ্ডৰ জৰিয়তে দলৰ প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপিয়ে। আগন্তুক লোক সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে অসমত খাদ্য সুৰক্ষা আঁচনিক নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ সাজু হৈছে।

খাদ্য আৰু অসামৰিক বিভাগৰ জৰিয়তে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। সেই অনুসৰি উক্ত লোকসকলক  প্ৰদান কৰা হয় একোখনকৈ ৰেছন কাৰ্ড। এই ৰেছন কাৰ্ডৰ জৰিয়তে এইবাৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচাৰ চলাব অসম চৰকাৰে।

Apply Now

ৰাজ্যখনত একাধিক কাৰণত সকলো দৰিদ্ৰ লোকৰ মাজত সুলভ মূল্যৰ ৰেছন যোগান ধৰা প্ৰক্ৰিয়া চলি থকা নাই। অসম চৰকাৰে লোক সভাৰ নিৰ্বাচনৰ পূৰ্বে সকলো লোককে ৰেছন কাৰ্ড যোগান ধৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সেইমতে ৰাজ্যখনৰ ৫৭ লাখ পৰিয়ালক চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেছন কাৰ্ড বিতৰণ কৰিব।

জানিব পৰা মতে এই ৰেছন কাৰ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো ছপা কৰাৰ লগতে অতি কমেও দুটা পৃষ্ঠা বিজেপি-নেতৃত্বাধীন অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে অসমত কৰা কামৰ লগতে ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে প্ৰকাশ কৰাৰ নিৰ্দেশো জাৰি কৰিছে।

ৰাজ্য চৰকাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগক ৬০ লাখ নতুন ৰেছন কাৰ্ড ছপা কৰিবলৈ নিৰ্দেশ দিছে। এই সকলো কাৰ্ড লোক সভাৰ নিৰ্বাচনৰ পূৰ্বে  বিতৰণ কৰাৰো নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। প্ৰতিখন ৰেছন কাৰ্ড ছপা কৰাৰ বাবদ চৰকাৰে ১৫ টকাকৈ ব্যয় কৰিব। অৰ্থাৎ কাৰ্ড ছপাৰ বাবদ চৰকাৰে মুঠ ৯ কোটি টকা ব্যয় কৰিব।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে  নতুনকৈ ৮০ হাজাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেছন কাৰ্ড বিতৰণ কৰাৰ কথা পোহৰলৈ অহাৰ পিছতেই চৰকাৰৰ এই গোপন অভিযানৰ কথা পোহৰলৈ আহিছে। চৰকাৰে এই ৮০ হাজাৰ কাৰ্ড ছপাবৰ বাবে আকস্মিক পুঁজিৰ পৰা ১২ লাখ টকা ব্যয় কৰিছে।

তথ্য অনুসৰি অসমত সম্প্ৰতি ২.৪৮ কোটি খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰী আছে। আনহাতে, দুই-এখন জিলাত আইনী মেৰপেচত পৰি চৰকাৰে এই ৰেছন কাৰ্ড বাতিল কৰিবলৈ বাধ্য হৈছে। তদুপৰি, ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ আহ্বান মৰ্মে এই আঁচনিৰ অধীনত নপৰা প্ৰায় ২.৮৩ লাখ লোকে ৰেছন কাৰ্ড চৰকাৰক ঘূৰাই দিছে।

বিভাগীয় সূত্ৰ অনুসৰি ৰাজ্যখনত চলি থকা ৰেছন কাৰ্ডসমূহৰ জৰিয়তে আগন্তুক দুবছৰলৈ চলিব পৰা যাব। তথাপি অতি খৰধৰকৈ সেই কাৰ্ড বাতিল কৰি নতুন কাৰ্ড বিতৰণ কৰিবলৈ দিয়া নিৰ্দেশ আৰু সেই কাৰ্ডত মুখ্যমন্ত্ৰী সোণোৱাল আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ প্ৰশস্তিৰে দুটা পৃষ্ঠা ছপা কৰিবলৈ দিয়া নিৰ্দেশনাত বিজেপিৰ অন্তৰ্নিহিত উদ্দেশ্য স্পষ্ট হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd