• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্গা পূজাত দৰ্শন নাপাব ছাগলী মাংসৰ!

পৌৰ নিগমৰ “অবৈধ” হস্তক্ষেপৰ প্ৰতিবাদত পূজাৰ মাজতে অহা ১৫ অক্তোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ মাংসৰ দোকানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গ্ৰে’টাৰ গুৱাহাটী কুৰেছি মীট এছছিয়ে’চনে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2018 9:40 pm
mutton-750x375

প্ৰতিনিধিত্বমূলক ছবি

334
VIEWS
Share on FacebookShare on Twitter

দুৰ্গা পূজা বুলিলেই মনলৈ আহে জিলাপীৰ সোৱাদ; পৰিয়াল, বন্ধু-বান্ধৱৰ সৈতে সু-স্বাদু এসাঁজ। পিছে পূজাৰ আনন্দ ম্লান কৰি এইবাৰ ছাগলী মাংসৰ সোৱাদৰ পৰা বঞ্চিত হ’ব গুৱাহাটীবাসী।

পৌৰ নিগমৰ “অবৈধ” হস্তক্ষেপৰ প্ৰতিবাদত পূজাৰ মাজতে অহা ১৫ অক্তোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ মাংসৰ দোকানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গ্ৰে’টাৰ গুৱাহাটী কুৰেছি মীট এছছিয়ে’চনে।

গুৱাহাটীৰ নুনমাটিৰ ৩খন ছাগলী মাংসৰ দোকান পৌৰ নিগমে “অবৈধভাৱে’’ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত ব্যৱসায়ীসকলৰ সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“এই দোকান ৩খন বন্ধ কৰাতো সম্পূৰ্ণ অবৈধ। আৰু গুৱাহাটী পৌৰ নিগমৰ হঠকাৰি সিদ্ধান্তৰ ফল ভুগিব লগা হৈছে দুখীয়া বেপাৰীকেইজনে,” নৰ্থ ইষ্ট নাও-ক বুধবাৰে জনালে সংস্থাটোৰ সম্পাদক মকবুল আহমেদে।

ব্যৱসায়ীৰ অভিযোগ জানিবলৈ পঢ়ক- পৌৰ নিগমৰ কৃপাত বুঢ়ী ছাগলীৰ মাংস খাইছে গুৱাহাটীবাসীয়ে

পৌৰ নিগমে পৰিচ্ছন্নতা বজাই ৰখাৰ স্বাৰ্থত আদালতৰ নিৰ্দেশ অনুসৰি ছাগলী মাংসৰ দোকানত এই অভিযান চলোৱা বুলি দাবী কৰিছে যদিও ব্যৱসায়ীসকলৰ অভিযোগ কিন্তু অন্য।

পাঞ্জাবাৰীৰ অসম পশুধন নিগমৰ চৌহদত থকা কচাইশালত ছাগলী কটাই অনাৰ বাবে সমগ্ৰ গুৱাহাটীৰ মাংস ব্যৱসায়ীক নিৰ্দেশ দিছিল পৌৰ নিগমে।

Recent News

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd