• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি পি এফৰ কাৰ্বন বিৰোধী ধৰ্ণাই অস্থিৰ কৰিছে প্ৰশাসনক; ১৪৪ ধাৰা জাৰি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 11, 2018 8:36 am
Section-144

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰাং জিলাৰ বি পি এফ দলৰ নেতা-কৰ্মচাৰীয়ে যোৱা সাত দিন ধৰি অব্যাহত ৰখা কাৰ্বন বিৰোধী ধৰ্ণা কাৰ্যসূচীয়ে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে জিলাখনৰ কুকুৰমাৰী অঞ্চলত।

উল্লেখ্য যে জিলাখনৰ ঢালিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰীত থকা কাৰ্বন ৰিচ’ৰ্ছেছ প্ৰাইভেট লিমিটেডৰ মুখ্য প্ৰৱেশদ্বাৰত কোম্পানীটো বন্ধ কৰাৰ দাবীত বি পি এফৰ কৰ্মকৰ্তাসকলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে।

Apply Now

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ বাবে কোম্পানীটোৰ পৰা কোনো গাড়ী ওলোৱা সোমোৱা কৰিব নোৱাৰাত এক অচলাৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। পাছত বুধবাৰে ঘটনাস্থলত উপস্থিত হোৱা প্ৰশাসনৰ লোকে প্ৰতিবাদকাৰীসকলৰ সৈতে ধৰ্ণা বাতিল কৰা সন্দৰ্ভত তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা যায়।

ইয়াৰ পাছতে জিলা দণ্ডাধীশ ৰাতুল বৰুৱাই এক নিৰ্দেশনাযোগে ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কাৰ্বন ৰিচ’ৰ্ছেছ প্ৰাইভেট লিমিটেডৰ চাৰিওদিশে দুশ মিটাৰত ১৪৪ ধাৰা জাৰি কৰি উক্ত অঞ্চলটোত ধৰ্ণা, প্ৰতিবাদ আদি কাৰ্যসূচী নিষিদ্ধ কৰে।

উল্লেখ্য যে ৪ অক্টোবৰৰ পৰা চলা এই ধৰ্ণা কাৰ্যসূচী প্ৰথমে ৪৮ ঘণ্টীয়া আছিল যদিও পৰৱৰ্তী সময়ত প্ৰশাসনে কোম্পানীটোৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাত বি পি এফ কৰ্মী সকলে এই ধৰ্ণা কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd