• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণ্ডল কাননগোৰ অসহযোগ আন্দোলনত অচল বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

উত্তম শইকীয়া by উত্তম শইকীয়া
October 11, 2018 3:26 pm
IMG-20181011-WA0013
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্য জুৰি চলি থকা মণ্ডল কাননগো সকলৰ তৃতীয় পৰ্যায়ৰ অনিৰ্দিষ্টকালীন অসহযোগ আন্দোলন ইতিমধ্যেই আৰম্ভ হৈছে ৷ অসমত ভূমি পুনৰ বন্দৱস্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰা, সদৌ অসম মণ্ডল কাননগো সকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰা, মণ্ডল কাননগো সকলক আন্তঃজিলা বদলিকৰণ প্ৰস্তাৱ পুনৰ বিবেচনা কৰা আদিৰ দাবীত নিৰ্ধাৰিত দুটা অসহযোগ আন্দোলনৰ পাছত যোৱা ৯ অক্টোবৰত ৰাজ্যৰ ৰাজহ বিভাগৰ যুটীয়া সচিবৰ লগত হোৱা আলোচনাত কোনো ফলপ্ৰসু সিদ্ধান্ত লাভ নকৰাত মণ্ডল কাননগো সকলে ৯ অক্টোবৰৰ পৰাই অনিৰ্দিষ্ট কালীন অসহযোগ আন্দোলন আৰম্ভ কৰিছে ৷

বোকাখাততো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গণত মণ্ডল কাননগোসকলৰ অনিৰ্দিষ্ট কালীন অসহযোগ আন্দোলন চলি আছে ৷ যাৰ ফলত কাৰ্যালয়টোৰ কাম কাজ স্থবিৰ হৈ পৰিছে ৷ ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰী আৰু ৰাজহ বিভাগে মণ্ডল কাননগো সকলৰ সমস্যা আৰু দাবীসমূহ পূৰণ নকৰা পৰ্যন্ত তেওঁলোকৰ এই আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে মণ্ডল কাননগোসকলে ৷

Apply Now

জানিব পৰা মতে মণ্ডল কাননগো সকলৰ সকলো দাবী পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰ সাজু আছে যদিও মণ্ডল কাননগো সকলক আন্তঃজিলা বদলিকৰণত চৰকাৰ নাচোৰবান্দা হৈ পৰাত মণ্ডল কাননগো সকলে তৃতীয় পৰ্যায়ৰ অনিৰ্দিষ্ট কালীন অসহযোগ আন্দোলন অব্যাহত ৰাখিবলৈ বাধ্য হোৱা বুলি জনাইছে ৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোলৈ অহা সাধাৰণ ৰাইজে জীয়াতু ভোগাৰ লগতে বিমুখ হৈ উভতি যাব লগা হৈছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd