• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩ অক্টোবৰত জে পি চিৰ বৈঠক : সংসদৰ শীতকালীন অধিৱেশনতে উত্থাপন কৰিব নাগৰিকত্ব বিধেয়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2018 9:29 am
jpc

জে পি চিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনতে নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপনৰ বাবে তৎপৰ হৈ পৰিছে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দিহা থকা এই বিধেয়কখন গৃহীত কৰাৰ বাবে সৰ্বাত্মক চেষ্টা অব্যাহত ৰাখিছে বিজেপিৰ নেতাসকলে।

এই প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে অহা ২৩ অক্টোবৰত বিধেয়কখন সন্দৰ্ভত পৰ্যালোচনাৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীয়ে এখন বিশেষ বৈঠকৰ আয়োজন কৰিছে। জানিব পৰা মতে, যুটীয়া সংসদীয় কমিটীৰ সকলো সদস্যৰ উপৰি বৈদেশিক মন্ত্ৰ্যালয়,আইন মন্ত্ৰ্যালয়ৰ লগতে কেইবাজনো সাংবিধানিক বিশেষজ্ঞক এই বৈঠকলৈ নিমন্ত্ৰণ জনোৱা হৈছে। বৈঠকত বিধেয়কখন সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ পৰা মতামত লোৱা হ’ব।

Apply Now

এক সূত্ৰই জানিব দিয়া মতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীক শীঘ্ৰেই প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিছে। ইপিনে, যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে প্ৰতিবেদন দাখিলৰ বাবে সকলোধৰণৰ তৎপৰতা আৰম্ভ কৰি দিছে।

জে পি চিৰ অধ্যক্ষ আগৰৱালে অলপতে বিধেয়কখন সন্দৰ্ভত বহুখিনি কথা আলোচনা কৰিবলগীয়া থকাৰ কথা প্ৰকাশ কৰি চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে আইনী তথা সাংবিধানিক বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হ’ব বুলি জানিব দিছিল। তেওঁ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰ কাম সমাপ্ত হোৱালৈ অপেক্ষা কৰি থকাৰ কথাও কৈছিল।

অধ্যক্ষ আগৰৱালে অৱশ্যে সংসদৰ যোৱা অধিৱেশনত পৰৱৰ্তী শীতকালীন অধিৱেশনৰ শেষ সপ্তাহৰ প্ৰথম দিনটোত প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰি কমিটীৰ ম্যাদ বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল। তেওঁৰ অনুৰোধত লোক সভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰিছিল।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত অসমৰ জাতীয় দল সংগঠনসমূহে তেওঁলোকৰ তীব্ৰ বিৰোধিতা অব্যাহত ৰাখিছে। এতিয়া যুটীয়া সংসদীয় কমিটীৰ অহা ২৩ অক্টোবৰৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতেই বিধেয়কখন সন্দৰ্ভত বিভিন্ন পক্ষৰ স্থিতি পুনৰ পোহৰলৈ আহিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd