• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ পুনৰীক্ষণৰ দাবী এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2018 6:42 pm
অভিজিৎ শৰ্মা।

অভিজিৎ শৰ্মা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে ১০ শতাংশ পুনৰীক্ষণ কৰাৰ বাবে প্ৰদান কৰা নিৰ্দেশক আদৰণি জনোৱা অসম প্লাবিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰি এখন শুদ্ধ এন আৰ চি দিয়াৰ বাবে দাবী জনায়।

উল্লেখযোগ্য যে, সচেতন নাগৰিক মঞ্চ, অসমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিসংগতি দূৰ কৰি এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দাবীত দীঘলীপুখুৰী পাৰৰ  সিদ্ধিনাথ শৰ্মা ভৱনত অনুষ্ঠিত কৰা ‘অৱস্থান ধৰ্মঘট’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো বিসংগতিপূৰ্ণ বুলি দাবী কৰে শৰ্মাই।

Apply Now

তেওঁ লগতে কয়, “এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ২০১৫ চনত আৰম্ভ হৈছিল যদিও কংগ্ৰেছ চৰকাৰৰ কেবিনেট উপ কমিটিৰ বদমাচি, বিশেষকৈ ৰেচন কাৰ্ড, পঞ্চায়তৰ নথি-পত্ৰ তথা নাগৰিকত্ব প্ৰমাণ পত্ৰকে ধৰি এনেকুৱা ধৰণৰ ১৫খন নথি লাগিব বুলি কৈ শপতনামা দাখিল কৰি এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিলে।”

‘এই সুযোগতে বেছিভাগ সন্দেহযুক্ত বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ল’ বুলি তেওঁ লগতে কয়।

ইয়াৰোপৰি তেওঁ কয়, “মৰিগাঁৱত ৩৯জন সন্দেহযুক্ত বিদেশীৰ নাম এন আৰ চিত সোমাইছে। সন্দেহযুক্ত নাগৰিকে চাকৰি কৰি আছে তথা কালিও বহু মানুহৰ নাম ধৰা পৰিছে।”

“১৫খন নথি গ্ৰহণ কৰি ২ কোটি ৯০ লাখ মানুহৰ নাম এন আৰ চিত সোমাল। আৰু ’৪০ লাখ ৭ হাজাৰ ৭০৭গৰাকী নাম বাদ পৰা মানুহৰ কাৰণে ১০খন নথি কৰা হৈছে। যদি ১০বিধ নথি কৰিব লাগে গোটেই প্ৰক্ৰিয়াটোৰ বাবে কৰক।  এই বাদ পৰাসকলৰ ভিতৰত অসমৰ খিলঞ্জীয়া মানুহো আছে।” এইদৰে কয় অভিজিৎ শৰ্মাই।

ইয়াৰোপৰি তেওঁ কয়, “পুনৰ নিৰীক্ষণ কৰিবলৈ এখন নিৰীক্ষণ কমিটী বনাই শুদ্ধকৈ এখন এন আৰ চি প্ৰস্তুত হ’ব লাগে। ২-৩ বছৰ প্ৰয়োজন হওক, মুঠতে এখন শুদ্ধ এন আৰ চি পাব লাগে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd