• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যাদৱ পায়েঙৰ দ্বাৰা লখিমপুৰৰ জইহিং গাঁৱত পৰিচ্ছন্ন আৰু সেউজ গ্ৰাম প্ৰকল্প উদ্বোধন

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
October 12, 2018 7:58 pm
NL (1)
1.2k
VIEWS
Share on FacebookShare on Twitter

পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰণ্য মানৱ যাদৱ পায়েঙে আজি ১২ অক্টোবৰত  উত্তৰ লখিমপুৰৰ জইহিং গাঁৱত এটা গছপুলি ৰোপণ কৰি ‘মাই গভ আছাম’ৰ (My Gov Assam) পৰিচ্ছন্ন আৰু সেউজ গ্ৰাম প্ৰকল্প এটাৰ উদ্বোধন কৰে।

প্ৰকল্পটো উদ্বোধন কৰি আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিৱেশবিদগৰাকীয়ে স্থানীয় অধিবাসীসকলক পৰিৱেশ সুৰক্ষিত ৰাখিবলৈ আহ্বান জনায় যাতে উত্তৰ পুৰুষৰ বাবে এখন নিকা, সেউজ পৃথিবী উপহাৰ দিব পাৰি।

জিলা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে (Public Health and Engineering department) এই উপলক্ষে স্থানীয় জইহিং কৰম ভৱনত  এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত ৰাইজক সম্বোধন কৰি যাদৱ পায়েঙে ‘মাই গভ আছাম’ৰ উদ্যোগত আগবঢ়া পৰিচ্ছন্ন আৰু সেউজ পৃথিৱীৰ সন্দৰ্ভত বক্তব্য ৰাখে।

পায়েঙে ৰাইজ আৰু ডেকা চাম তথা ছাত্ৰ সম্প্ৰদায়লৈ আৱেদন জনায় যাতে তেওঁলোকে পৰিৱেশ সংৰক্ষণ কৰাৰ উদ্যোগত হাত উজান দিয়ে। তেওঁ প্ৰতি দিনে একোটাকৈ গছপুলি ৰোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়।

ব্ৰহ্মপুত্ৰৰ ওচৰত যোৰহাটত একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা পায়েঙে কয় যে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে বৃক্ষৰোপণৰ বিকল্প নাই।

লখিমপুৰৰ উপায়ুক্ত ড০ জীৱন বি আৰু ‘মাই গভ আছাম’ৰ টীম মেম্বাৰ দীপজ্যোতি সন্দিকৈও জইহিঙৰপৰিচ্ছন্ন আৰু সেউজ গ্ৰাম প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd