• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহু আন্দোলন, প্ৰতিবাদৰ অন্তত অহা ৯ নৱেম্বৰৰ আৰম্ভ হ’ব উত্তৰ-পূব গ্ৰন্থমেলা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2018 11:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু আন্দোলন, প্ৰতিবাদৰ পিছত প্ৰতিকুলতা নেওচি অহা ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে চানমাৰি অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা।

উল্লেখযোগ্য যে উত্তৰ-পূব গ্ৰন্থমেলাৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে থাকিব লগীয়া জুবিন গাৰ্গে গ্ৰন্থমেলাত গীত পৰিৱেশনো কৰিব। লগতে এইবাৰৰ গ্ৰন্থমেলাৰ কুইজ প্ৰতিযোগিতা ডকমকা কাণ্ডৰ বলি হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ সোঁৱৰণত অনুষ্ঠিত কৰা হ’ব।

Apply Now

আজি অৰ্থাৎ শুকুৰবাৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে।

সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদমেলতে এইবাৰৰ গ্ৰন্থমেলাখন প্ৰয়াত বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিক, ভবানন্দ দত্ত আৰু ড০ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ সোঁৱৰণত উচৰ্গা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

লগতে গ্ৰন্থমেলাখনৰ মূল মঞ্চখন বিশিষ্ট সমাজকৰ্মী খনীন্দ্ৰ নাথ দাসৰ সোঁৱৰণত আগবঢ়োৱা হৈছে বুলিও সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰে।

তাৰোপৰি গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহটো বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱা, বিশিষ্ট অভিনেতা বিজু ফুকন আৰু বাদল দাসৰ সোঁৱৰণত নামাকৰণ কৰা হ’ব। লগতে গ্ৰন্থমেলাৰ সভাঘৰৰ নামাকৰণ কৰা হ’ব ‘চেতনা’ আলোচনীৰ শতবাৰ্ষিকী উপলক্ষে ‘চেতনা সভাঘৰ’ হিচাপে।

উল্লেখযোগ্য যে নবেম্বৰৰ ১ তাৰিখে দিনৰ ১১ বজাত উত্তৰ-পূৱ গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হ’ব বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘অহা ৯ নবেম্বৰত উত্তৰ-পূব গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক য়েচে দৰ্জি থাংচেই।

উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ লগতে ‘ফেডাৰেশ্ব্যন অৱ পাব্লিকাৰ্ছ এণ্ড বুকছেলাৰ্ছ এচ’ছিয়েছন, ইণ্ডিয়াৰ সভাপতি এছ.চি. শেঠী আৰু উপ-সভাপতি মানস শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।‘

তদুপৰি, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যও উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব।

আনহাতে, ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত শুচিব্ৰতা ৰায়চৌধুৰী সোঁৱৰণী মহিলাৰ অনুষ্ঠান, ড০ প্ৰফুল্ল কটকী সোঁৱৰণী বয়োজ্যেষ্ঠসকলৰ অনুষ্ঠান আৰু অচিন মোমাইদেউ সোঁৱৰণী শিশুৰ দিন’ শীৰ্ষক তিনিটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

তদুপৰি, গ্ৰন্থমেলাৰ বাকৰিত দুটা দিনত ড০ প্ৰফুল্ল দত্ত গোস্বামী আৰু ড০ ভবানন্দ দত্ত শতবাৰ্ষিকী সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে চৈয়দ আব্দুল মালিকৰ সোঁৱৰণী শতবাৰ্ষিকী শ্ৰদ্ধাৰ্ঘ্য হিচাপে অসমৰ বিশিষ্ট গল্পকাৰসকলৰ দ্বাৰা গল্প পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ইতিমধ্যে উত্তৰ-পূব গ্ৰন্থমেলাত দিল্লী, কলিকতা, লক্ষ্নৌ, আহমেদাবাদ, পাটনা, লুধিয়ানা, মুম্বাই আৰু অসমৰ উপৰি বাংলাদেশৰ বহুসংখ্যক প্ৰকাশকে ইতিমধ্যে যোগদান নিশ্চিত কৰা বুলি সংবাদমেলত গোস্বামীয়ে জানিবলৈ দিয়ে।

আনহাতে তেওঁ জানিবলৈ দিয়া অনুসৰি গ্ৰন্থমেলাত যোগদান কৰা বিপনীসমূহৰ মাজত স্থান আবণ্টনকৰণৰ বাবে অহা ৩০ অক্তোবৰত দিনৰ ১১ বজাত ৰাজহুৱা লটাৰী অনুষ্ঠিত হ’ব।

সংবাদমেলৰ শেষৰ ফালে ধীৰাজ গোস্বামীয়ে ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাখন আয়োজন কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা জাতীয় দল-সংগঠন, ছাত্ৰ সমাজ, লেখক, বুদ্ধিজীৱী, শিল্পী, সাংবাদিক সকলোকে সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও অসমৰ সমূহ জনসাধাৰণক গ্ৰন্থমেলালৈ আমন্ত্ৰণ জনায়।

 

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd