• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আৱতৰীয়া বৰষুণে সেমেকা কৰিছে ত্ৰিপুৰাৰ দূৰ্গা পূজাৰ উছাহ

পিনাকী দাস by পিনাকী দাস
October 13, 2018 7:03 am
vlcsnap-2018-10-13-01h29m57s137
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্গাপূজালৈ মাথোঁ কেইদিন মান বাকী থকা অৱস্থাতে বৰষুণে দূৰ্গা পূজাৰ উছাহ ভালেখিনি ম্লান কৰিছে। ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ উৎসৱটোত বৰষুণে কেনা লগাব বুলি এটা শংকাৰ জন্ম হৈছে। তিতলী ঘূৰ্ণী বতাহৰ প্ৰভাৱত অহা আৱতৰীয়া বৰষুণে ৰাজ্যখনৰ উৎসৱৰ উছাহ ম্লান কৰাৰ সম্ভৱনা দেখা গৈছে।

ৰাজধানী আগৰতলাত বিগত দুদিনৰ পৰা  পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ পৰি আছে আৰু আগন্তুক ৪৮ ঘণ্টাত আৰু অধিক পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে।

Apply Now

আৱতৰীয়া বৰষুণে প্ৰতিমাসমূহত ৰং দিয়া, পেণ্ডেল নিৰ্মাণ, লাইটিং আৰু আন আন প্ৰস্তুতিত বিলম্ব ঘটাইছে।

প্ৰতিমাৰ খনিকৰসকল ঘাইকৈ কলকাতা বা পশ্চিম বংগৰ আন আন অংশৰ পৰা ইয়ালৈ আহে। যদিহে নিৰ্ধাৰিত সময়ত তেওঁলোকে মূৰ্তি প্ৰস্তুত কৰিব নোৱাৰে, তেন্তে তেওঁলোকেও সঠিক সময়ত ঘৰলৈ উভতি গৈ পৰিয়ালৰ সৈতে পূজাৰ উৎসৱত ভাগ ল’ব নোৱাৰিব। তেওঁলোকে ইতিমধ্যে নিৰ্দিষ্ট দিনত বিমানৰ ওভতনি টিকট কাটি থৈছে আৰু প্ৰতিমা নিৰ্মাণত বিলম্ব হ’লে এই ব্যস্ততাৰ সময়ত তেওঁলোকে টিকট কেনচেল কৰাই পুনৰাই আৰু টিকট কাটি পূজাৰ সময়ত ঘৰ গৈ পোৱাটো অসম্ভৱ।

৯ দিনীয়া উৎসৱৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থাকিলেও বতাহৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগলি বতৰাই পূজাৰ উছাহ বহু পৰিমাণে লাঘৱ কৰিছে।

অৱশ্যে পঞ্চমীৰ আগে ভাগে বৰষুণৰ প্ৰাৱল্য কমি হোৱাৰ আগজাননী দিয়া হৈছে যদিও বৰষুণে পূজাৰ বতৰত বিধি-পথালি দিয়াৰ সম্ভাৱনাই মানুহৰ উছাহক ম্লান কৰিছে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd