• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাঙৰীৰ পঞ্চ ছহিদৰ পৰিয়ালে লাভ কৰিলে ন্যায়; সেনা বিষয়াসহ ৭ জনক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2018 7:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শদিয়াৰ পঞ্চ ছহিদৰ হত্যাকাণ্ড সন্দৰ্ভত সেনা আদালতে শনিবাৰে অৰ্থাৎ ১৩ অক্টোবৰত ঐতিহাসিক ৰায়দান দিয়ে। পদোন্নতিৰ বাবে নিৰীহ যুৱকক উগ্ৰপন্থী সজাই হত্যা কৰা ৭ সেনা বিষয়াক সেনা আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কেইজন হ’ল ক্ৰমে মেজৰ জেনেৰেল এ কে লাল, কৰ্নেল থমাছ মেঠিউ, কৰ্নেল আৰ এছ ছিবিৰেন, কেপ্টেইন দিলীপ সিং, কেপ্টেইন জগদেউ সিং, নায়ক আলবিন্দৰ সিং, নায়ক সিভেন্দৰ সিং।

Apply Now

উল্লেখযোগ্য যে ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰবীণ সোণোৱাল, খোৱাং চাহ বাগিচাৰ প্ৰদীপ দত্ত আৰু দেৱজিৎ বিশ্বাস, লাইনা তামুলীৰ ভবেন মৰাণ আৰু ন-বৰমুৱা গাঁৱৰ অখিল সোণোৱালক নিশা শোৱাপটীৰ পৰা উঠাই নি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নাটকীয়ভাৱে হত্যা কৰিছিল।

আৰু এই  ঘটনাই তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমতে এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এই ঘটনা সংঘটিত হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন উপ-সভাপতি, পাছত অসমৰ পৰ্যটন মন্ত্ৰী আৰু বৰ্তমানৰ অসম পে’ট্ৰকেমিকেলছৰ অধ্যক্ষ জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল।

আৰু এই গোচৰৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে ঘটনা সন্দৰ্ভত চি বি আইক তদন্ত কৰা দায়িত্ব অৰ্পণ কৰিছিল।

উল্লেখযোগ্য যে চি বি আইয়ে কৰা তদন্তৰ অন্তত চি বি আইৰ প্ৰতিবেদনে দোষী সাব্যস্ত কৰাত ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত চি বি আইৰ আৰ চি ৪/এছ/ ২০০০ নম্বৰৰ গোচৰৰ ভিত্তিত সেনাৰ দিনজানস্থিত ছাউনীৰ আদালতত বিচাৰ চলিছিল।

বিচাৰ প্ৰক্ৰিয়া চলাৰ সময়ত পঞ্চ ছহিদ পৰিয়ালৰ লগতে সেনাৰ বিষয়া-জোৱানকে ধৰি ১১৭ জনৰ সাক্ষ্য গ্ৰহণ কৰিছিল।

অৱশেষত ১৩ অক্টোবৰত সেনাৰ ক’ৰ্টে পঞ্চ ছহিদৰ পৰিয়ালকেইটাৰ সাপক্ষে ৰায় দান কৰি ভাৰতীয় সেনা বাহিনীৰ ১৮ নং পঞ্জাব ৰেজিমেণ্টৰ এজন বিষয়াসহ সাতজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ঘোষণা কৰে। এই কথা চি বি আইৰ অধিবক্তা মেজৰ কৰণ সিঙে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd