• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এথলেটিকছ ফেডাৰেশ্যন অব ইণ্ডিয়াৰ অভিযোগ : প্ৰশিক্ষণৰ পৰা আঁতৰি আছে হিমা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2018 2:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হৈ যোৱা এছিয়ান গেইমছ ২০১৮’ত স্বৰ্ণ কন্যা হিমা দাসে লাভ কৰা অভূতপূৰ্ব সাফল্যৰ পিছত অসমবাসী আনন্দত উল্লাসিত হৈ পৰিছিল। সমগ্ৰ দেশৰ লগতে অসমবাসীৰ বাবে এয়া আছিল এক গৌৰৱৰ মুহূৰ্ত।

ধিঙৰ কান্ধুলিমাৰীৰ স্বৰ্ণকন্যা গৰাকীক সঠিকভাৱেই ‘ধিং এক্সপ্ৰেছ’ হিচাপে আখ্যায়িত কৰি উষ্ম আদৰণি জনোৱা হৈছিল।

Apply Now

ইয়াৰ পিছতে অসম চৰকাৰে মহানগৰীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক বিশাল অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিল।

একেদৰে সদৌ অসম ছাত্ৰ সন্থায়ো লতাশিল খেল পথাৰত এক বিশাল সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিল। উল্লেখনীয় যে হিমা আছুৰ ধিং শাখাৰ ক্ৰীড়া সম্পাদক আছিল।

হিমাই ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰাৰ লগতে ‘বৰ্ষশ্ৰেষ্ঠ ভাৰতীয় যুৱ বঁটা’কে ধৰি কেইবাটাও বঁটাৰে সন্মানিত হৈছে।

হিমা দাসক ভাৰতীয় তেল নিগমে এইচ আৰৰ চাকৰিও প্ৰদান কৰিলে। হিমাৰ ফটোৱে কেইবাখনো আগশাৰীৰ আলোচনীৰ বেটুপাতৰো শোভাবৰ্দ্ধন কৰিলে।

এই সকলোবোৰ ঠিকেই আছিল। কিন্তু ইয়াৰ পিছতে এতিয়া ভৱিষ্যতৰ যুৱ এথলেটগৰাকীৰ বাবে সম্বৰ্দ্ধনা, সাক্ষাৎকাৰ, গামোচা, শৰাই লোৱা পৰ্ব-অনুষ্ঠানবোৰে যেন খেলুৱৈগৰাকীক মূল লক্ষ্যৰ পৰা আঁতৰাই আনিছে।

অলিম্পিকৰ প্ৰত্যাহ্বান সন্মুখত ৰাখি এইদৰে সময় অপব্যয় কৰাটোৱে তেওঁৰ প্ৰস্তুতিৰ দিশত বাধাৰ সৃষ্টি কৰিছে আৰু অলিম্পিক পদক লাভৰ সপোনকো যেন স্তিমিত কৰি তুলিব সেয়া স্পষ্ট হ’বলৈ ধৰিছে।

অৱশেষত এথলেটিকছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি আদিল ছুমাৰিঅ’ৱালাৰ মন্তব্য কৰিছে, “হিমাই খেলত মনোযোগ নিদি যদি অন্য বঁটা বাহন,অনুষ্ঠান আদিত ব্যস্ত থাকে তেতিয়া হিমা আগন্তক টকিঅ’ অলিম্পিকৰ সপোন সপোন হৈয়ে থাকিব।”

পাটিয়ালা শিবিৰত অসম কন্যা গৰাকীয়ে নিদিষ্ট সময়ত অনুশীলনত যোগদান নকৰিলে টকিঅ’ অলিম্পিকত যোগদানৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বও পাৰে বুলি প্ৰকাশ কৰিছে এথলেটিকছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াই।

জানিব পৰা মতে হিমাৰ প্ৰশিক্ষক গেলিনা পেট্ৰ’ভা বুখাৰিনাই শিৱিৰত যোগদান কৰিছে আৰু হিমাৰ বাবে অপেক্ষা কৰিছে।

অৱশ্যে হিমাই এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে ফোন যোগে বাৰ্তালাপ কৰিছে। ৰাজ্য চৰকাৰে হিমাক অহা ১৮ অক্টোবৰত প্ৰশিক্ষণলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া বুলি এক সূত্ৰ অনুসৰি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd