• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা বাঙালী সংগঠনৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ ঐক্য সেনা অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2018 12:31 pm
joi ai assam
367
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত বিভিন্ন বাঙালী সংগঠনে খানাপাৰত গণসমাবেশ অনুষ্ঠিত কৰিব লোৱা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে ঐক্য সেনা অসমে। আজি ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিয়ে  প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে যি কোনো মূল‍্যৰ বিনিময়ত উক্ত সভাখন বিফল কৰিব বুলি হুংকাৰ দিয়ে।

বিবৃতিটোত মুখ্য সম্পাদক শ্বহিদুল ইছলাম আৰু মুখপাত্ৰ কমল কুমাৰে কয় যে   উক্ত সভাত উদ্ভৱ হৱ পৰা যিকোনো পৰিস্থিতিৰ বাবে প্ৰশাসন আৰু চৰকাৰেই দায়ী হ’ব। অসমী আই মাতৃৰ বাবে সেনাৰ সদস্যসকলে তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলি বাঙালী সংগঠনক ৰুধিব বুলিও তেওঁলোকে উল্লেখ কৰে।

বিজেপি চৰকাৰক সুবিধাবাদীৰ দ’ল বুলি কটাক্ষ কৰি তেওঁলোকে মন্তব্য কৰে,‘’আমি অসমীয়াবোৰ মৰি গৈছো নেকি? লুইতৰ পাৰৰ স্বাভিমানী,গৌৰাম্বিত বাঙালীসকলে তেওঁ লোকৰ হৈ মাত মতাৰ অধিকাৰ সুকুমাৰ বিশ্বাসৰ দৰে পাবত গজা দালালী নেতা,সংগঠনক দিছে নেকি?’’ যদি দিয়া নাই, আমি মৰা নাই, অসমীয়া বাঙালীৰ মাজৰ ঐক্য বিনষ্ট কৰাৰ এই অভিসন্ধি ৰোধ কৰক।‘’

অসমবাসীক জাতিটোৰ বাবে হাতে হাত ধৰি চৰকাৰ আৰু ২৬ টা বাঙালী সংগঠনৰ জাতি বিৰোধী মইমতালি,দম্ভালিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়।

তেওঁলোকৰ জাতিবিৰোধী চক্ৰান্ত ৰুধিবলৈ গোহাৰি পত্ৰ  বিতৰণেৰে জিলাই জিলাই তীব্ৰ গণ জাগৰণ অভিযানৰ কাৰ্য্যসূচী আৰম্ভ কৰাৰ কথা উল্লেখ কৰি ঐক্য সেনা অসমৰ প্ৰতিজন সদস্যই ১৭ নৱেম্বৰত খানাপাৰালৈ গৈ ৮৫৫ জন চহিদৰ কেঁচা তেজক মূল্যাংকন কৰি  হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিছে।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd