• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা কৃষক দিৱস : ভাৰত চৰকাৰৰ মহিলা কৃষকৰ বঁটা অসমৰ ২ মহিলালৈ

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
October 15, 2018 9:51 pm
agri-2
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১৫ অক্টোবৰত মহিলা কৃষক দিৱস উপলক্ষে নতুন দিল্লীৰ পুসাত আয়োজিত এক অনুষ্ঠানত যোৰহাটৰ নবনীতা দাসক পুৰস্কৃত কৰা হৈছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে প্ৰগতিশীল মহিলা কৃষকগৰাকীক এই বঁটাটো প্ৰদান কৰে।

গোৱালপাৰাৰ আন এগৰাকী মহিলা কৃষক দীপিকা ৰাভাকো আজি এই বঁটা প্ৰদান কৰা হৈছে। অক্টোবৰৰ ১৫ তাৰিখটোক আন্তৰ্জাতিক মহিলা দিৱস হিচাপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰিছে আৰু ২০১৬ চনত ভাৰতত ৰাষ্ট্ৰীয় মহিলা কৃষক দিৱস হিচাপে ঘোষণা কৰা হৈছে।

Apply Now

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে কৃষিকাৰ্যৰ প্ৰতিটো স্তৰতে মহিলাসকলৰ অৱদানক স্বীকাৰ কৰি তেওঁলোকৰ ভূমিকাক স্বীকৃতি দিয়াৰ সিদ্বান্ত গ্ৰহণ কৰিছে।

মহিলা সকলে কৃষিকাৰ্যত ৬০ৰ পৰা ৮০ শতাংশ আৰু দুগ্ধ উৎপাদন ক্ষেত্ৰত ৮০ শতাংশ অৰিহণা যোগাই আহিছে। নবনীতাই নাৰ্ছৰ চাকৰি বাদ দি এলংমৰাত ফলমুল আৰু শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰিছিল।তেওঁৰ ব্ৰহ্মপুত্ৰৰ চাৰিগাঁও চাপৰিত বৰচলা বিলৰ ওচৰত ৬ বিঘা মাটিত জৈৱিক শস্যৰ কৃষিপাম আছে। ফলমূল, শাক-পাচলি আৰু ক’লা ধানৰ খেতি কৰাৰ বাবে নবনীতাই কৃষিভূমিক জৈৱিক পদ্ধতিৰে সাৰুৱা কৰি তুলিছে। নিম আৰু অন্য জোপোহা জাতীয় গছৰ মিশ্ৰণেৰে তেওঁ কীটনাশক প্ৰস্তুত কৰিছে।

২০১৬ চনত নবনীতাক কৃষি আৰু গৱেষণাৰ ভাৰতীয় পৰিষদে (Indian Council of Agriculture and Research  চমুকৈ ICAR) অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সৰ্বোত্তম কৃষকৰ বঁটা প্ৰদান কৰিছিল।

স্বাধীনতা দিৱসত তেওঁক পেৰাজাইজ গ্ৰুপ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই যুটীয়াভাৱে সম্বৰ্ধনা জানাইছিল।মে’ মাহত তেওঁ আৰু আন কেইগৰাকীমান প্ৰগতিশীল কৃষকক ৰাজ্য চৰকাৰে ভিয়েটনামলৈ নি তাৰ কৃষি বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ প্ৰদান কৰিছিল।

স্মিতা ভট্টাটাৰ্য

স্মিতা ভট্টাটাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd