• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সৌভাগ্য’ আঁচনিৰ বিনামূলীয়া বিদ্যুৎ সংযোগৰ ঠাইত ঠিকাদাৰে হিতাধিকাৰীৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2018 11:20 am
Soubhagya
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘প্রধান মন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা- সৌভাগ্য’ নামৰ এখন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ সংযোগ নথকা দুখীয়া পৰিয়ালক বিনামূলীয়াকৈ মিটাৰসহ বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই আঁচনিৰ নামত বহুত ঠাইত বিতৰক কোম্পানি আৰু ঠিকাদাৰে ধন দাবী কৰাৰ অভিযোগ উঠিছে।

অসমৰ বিভিন্ন ঠাইত এই আঁচনিখনৰ নামত হিতাধিকাৰীৰ পৰা ঠিকাদাৰ আৰু বিতৰকে ৫০০ টকাৰ পৰা ১৫০০ টকা পৰ্য্যন্ত লোৱাৰ অভিযোগ আছে। দৰং জিলাৰ মাজবাট বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ ওদালগুৰি নেপালী গাঁও, ওদালগুৰি জংঘল, দেৱপুখুৰী আদিকে ধৰি বিভিন্ন গাঁৱত সংযোগৰ নামত ১৫০০ টকা, মিটাৰ স্থাপনৰ নামত ২০০ টকা আদায় লৈ আছে বুলি জানিব পৰা গৈছে।

Apply Now

গ্ৰাহকসকলক বিদ্যুৎ মিটাৰৰ সৈতে বাল্ব আৰু তাঁৰো দিব লাগে যদিও ঠিকাদাৰে এইবোৰ সামগ্ৰী বিনামূলীয়াকৈ দিয়া নাই। ‘সৌভাগ্য’ আঁচনিখনৰ ক্ষেত্ৰত এই অনিয়মৰ কথা জানিব পাৰি মাজবাট বিদ্যুৎ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী বিষয়া আব্দুল মাজিদে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

উল্লেখ্য যে আঁচনিখনৰ মতে, আৰ্থ-সামাজিক আৰু জাতিগতভাৱে পিছপৰা লোকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি, এই শ্ৰেণীৰ ভিতৰত নপৰা কিন্তু বিনামূলীয়া বিদ্যুৎ সংযোগ ল’ব বিচৰা আন লোকেও এই আঁচনিখনৰ অধীনত বিনামূলীয়া বিদ্যুৎ সংযোগ ল’ব পাৰিব। কিন্তু তেওঁলোকৰ পৰা বিতৰক কোম্পানিয়ে ৫০০ টকা পিছত আদায় কৰিব পাৰিব। এই ৫০০ টকা গ্ৰাহকৰ পৰা বিতৰক কোম্পানিয়ে বিদ্যুৎ বিলৰ সৈতে ১০টা কিস্তিত আদায় কৰিব পাৰিব। এই আঁচনিখনৰ অধীনত দেশৰ সকলো ঘৰতে ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বিদ্যুৎ সংযোগ দিয়াৰ লক্ষ্য লোৱা হৈছে।

মন কৰিব লগীয়া যে ঠিকাদাৰ আৰু বিতৰক কোম্পানিৰ বদমাচিৰ বাবেই সকলো প্ৰকাৰৰ গ্ৰাহক উপকৃত হ’ব পৰা এই আঁচনিখনৰ পৰা হিতাধিকাৰীয়ে প্ৰকৃত উপকাৰ নোপোৱাৰ দৰে হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd