• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নামতিত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ সফল সামৰণি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 22, 2018 10:11 pm
Bhaona Competition

ফটো : নৰ্থ-ইষ্ট নাও

610
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ নামতিত যোৱা ১৪ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাখনৰ ২১ অক্টোবৰ অৰ্থাৎ দেওবাৰে সফল সমাপ্তি ঘটে। নামতিৰ বৰফুকন এম ই স্কুলৰ খেলপথাৰৰ বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছিল এই ভাওনা প্ৰতিযোগিতাখন।

১৪ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা এই ভাওনা প্ৰতিযোগিতাত সৰ্বমুঠ ১৩টা দলে অংশগ্ৰহণ কৰে। বিচাৰকৰ ফলাফল অনুসৰি স্বৰ্গীয় ৰাম গগৈ সোঁৱৰণি শ্ৰেষ্ঠ ভাওনা দলৰ খিতাপ লাভ কৰে “নৃসিংহ মূৰাৰী” পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠী ধিতাই পুখুৰী শিৱসাগৰ।

আনহাতে দ্বিতীয় শ্ৰেষ্ঠ দল “বিপ্ৰ দামোদৰ আখ্যান” বৃন্দাবন সাংস্কৃতিক গোষ্ঠী যোৰহাট, তৃতীয় শ্ৰেষ্ঠ দল “দানবীৰ ৰজা হৰিচন্দ্ৰ” শ্ৰীমন্ত শঙ্কৰ মাধৱ নাট্য গোষ্ঠী যোৰহাট,  চতুৰ্থ শ্ৰেষ্ঠ দল “নাৰদৰ ব্ৰক্ষ্মতত্ব লাভ, বেদৱতী উপাখ্যান”, গুৰু শংকৰ নাট্য গোষ্ঠী ৰংদৈ যোৰহাট আৰু পঞ্চম শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে “দক্ষ যজ্ঞ” প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ, টিয়ক।

ইয়াৰ উপৰি শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰে লাতুমণি শইকীয়াই আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰে শান্ত বৰা (বেদৱতী)। আনহাতে শ্ৰেষ্ঠ গায়ন বায়নৰ খিতাপ লাভ কৰে নৃসিংহ মুৰাৰী, শ্ৰেষ্ঠ গায়নৰ খিতাপ লাভ কৰে মনোৰঞ্জন বৰা আৰু শ্ৰেষ্ঠ সুত্ৰধৰৰ খিতাপ লাভ কৰে ডিম্পল শইকীয়াই।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd