• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটৰ কমাৰগাঁৱত পৰিচয়পত্ৰ দেখুৱাব নোৱৰা বাবে ৬৪ শ্ৰমিকক ধৰি আৰক্ষীক গতালে ছাত্ৰ সংগঠনে

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
October 23, 2018 8:50 pm
The suspected Bangladeshi nationals 2

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাগজপত্ৰ দেখুৱাব নোৱৰা আৰু বাবেই সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মীসকলে সৰ্বমুঠ ৬৪ জন সন্দেহজনক নাগৰিক ধৰি গোলাঘাট আৰক্ষীৰ হাতত গটাই দিয়ে।

পুৱা প্ৰায় ৭-৩০ মান বজাত ছাত্ৰ সংগঠনৰ সদস্যকেইজনে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পিকেটিং কৰি থকা সময়ত এই লোককেইজনক আটক কৰে।

Apply Now

সদৌ চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাত শাখাৰ সম্পাদক লাচিত কাকতীয়ে কৈছে, ‘‘বন্ধৰ সময়ত আমি দুখন যাত্ৰীবাহী বাহনক কমাৰগাঁও তিনি আলিত আবদ্ধ কৰে। তাৰ পাছত আমি যাত্ৰীসকলৰ বৃত্তি আৰু বৰ্তমানৰ ঠিকনা বিষয়ক প্ৰশ্ন সোধোঁ কিন্তু বিলেগ বেলেগ উত্তৰ দিয়ে আৰু তেওঁলোকৰ কোনেও অসমীয়া ভাষা বুলি নাপাইছিল। তাৰ পাছতেই তেওঁলোকৰ আচল পৰিচয় সন্দৰ্ভত প্ৰশ্নৰ উদ্ৰেক হয় আৰু তেওঁলোক অবৈধ বাংলাদেশী বুলি সন্দেহ ওপজে। আমি কমাৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দিও পৰৱৰ্তী অনুসন্ধানৰ বাবে তেওঁলোকক আৰক্ষীৰ হাতত অৰ্পণ কৰোঁ।

কাকতীয়ে কৈছে যে ৰাজ্যখনত অবৈধ বাংলাদেশী নাগৰিক ঘূৰা-ফিৰা কৰি থকাটোৰ এইটোৱেই একমাত্ৰ ঘটনা নহয়। ভাৰত-বাংলাদেশ সীমান্তৰ বেৰ পাৰ হৈ বাংলাদেশৰ পৰা অবৈধভাৱে বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটিয়েই আছে আৰু সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।

এখন বাছ বিহাৰৰ কাটিহাৰৰ পৰা আনখন বাছ বৰপেটাৰ পৰা আহি আছি আৰু বাছখন শিৱসাগৰৰ ডিমৌ আৰু গোলাঘাটৰ ৰঙামাটিত থকা ইটাভাতীৰ পিনে গৈ আছিল।

গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেব ৰাইয়ে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে, ‘‘এই ৬৪ জন লোকৰ চিনাকি আৰু ৰাষ্ট্ৰীয়তা প্ৰমাণৰ চেষ্টা কৰি আছোঁ। কাটিহাৰৰ পৰা অহা অধিকাংশ লোকেই আধাৰ কাৰ্ড দেখুৱাবলৈ সক্ষম হৈছে। আমি আনকি বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ আধাৰ কাৰ্ড পুনৰীক্ষণ কৰি আছোঁ। আনহাতে বৰপেটাৰ পৰা অহা লোকসকলে সন্তোষজনক তথ্যপাতি দেখুৱাব পৰা নাই। সেয়েহে আমি তেওঁলোকক তেওঁলোকৰ ৰাষ্ট্ৰীয়তা প্ৰমাণৰ বাবে প্ৰয়োজনীয় নথি জমা দিয়াৰ বাবে ৩ দিনৰ সময় দিছোঁ।’’ ধৃত লোককেইজনে ৰাষ্ট্ৰীয়তাৰ উপযুক্ত প্ৰমাণ সম্বলিত নথি দেখুৱাব দিব নোৱাৰিলে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী অধীক্ষক ৰাইয়ে জনাইছে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd