• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত ২৯ তম ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ শুভাৰম্ভ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
October 26, 2018 8:15 am
20181024235924_IMG_0457-01 (1)

ফটো : নৰ্থ-ইষ্ট নাও

240
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা বিশ্বনাথৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত অনুষ্ঠিত হৈছে ২৯ সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা। ১৯৬৬ চনৰ অৰ্জুন বঁটা প্ৰাপ্ত ভোগেশ্বৰ বৰুৱাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অলিম্পক শিখা প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন উদ্বোধন কৰে।

উল্লেখ্য যে অহা ২৭ অক্টোবৰলৈ চলিবলগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাখনত ভাৰতৰ নৱোদয় বিদ্যালয় সমূহৰ প্ৰায় পাঁচ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।

শোণিতপুৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ কে. এম. শচীয়ে  জানিবলৈ দিয়া মতে হাইদৰাবাদ, পুনে, চিলং, চণ্ডীগড়, লক্ষ্ণৌ, পাটনা, ভূপাল, জয়পুৰকে ধৰি মুঠ ৮টা মণ্ডলৰ ৪২৭ গৰাকী প্ৰতিযোগীয়ে এই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰে চিলং মণ্ডলৰ ৩৭ গৰাকী প্ৰতিযোগীৰ ভিতৰত শোণিতপুৰ নৱোদয় বিদ্যালয়ৰ ১৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব।

ইফালে শুভাৰম্ভণি অনুষ্ঠানৰ পাছতে মুকলি কৰা হয় এখন স্মৃতি গ্ৰন্থ। উক্ত অনুষ্ঠানত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা সহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ যে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই ইংৰাজী মাধ্যমৰ বিদ্যালয়য়ে এনেদৰে আটক ধুনীয়াকৈ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাত সকলোৰে সহায়-সহযোগিতা পোৱাতো এক শুভ বাৰ্তা বুলি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ কৰে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd