• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ৯ নৱেম্বৰত গুৱাহাটী কঁপাবলৈ সাজু প্ৰাথমিক শিক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2018 9:23 am
SiddharthaBhatta-570x320

প্ৰথমিক শিক্ষক সন্মিলনীৰে শিক্ষা মন্ত্ৰীৰ আলোচনাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ ৰাজ্য চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই অহা ৯ নৱেম্বৰত গুৱাহাটী কঁপাবলৈ সাজু হৈছে ৫০ হাজাৰৰো অধিক প্ৰাথমিক শিক্ষক। বিভাগীয় অনুৰোধত তিনিবাৰকৈ প্ৰাথমিক  শিক্ষকে সন্মিলনীয়ে ঘোষণা কৰা কাৰ্যসূচী স্থগিত ৰাখিছিল যদিও শিক্ষা মন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ প্ৰতিবাদত এইবাৰ তেওঁলোকে গুৱাহাটীত সমৱেত হৈ অসহযোগৰ শপত গ্ৰহণ কৰিব।

যোৱা ১৯ জুনত প্ৰাথমিক  শিক্ষকে সন্মিলনীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল যদিও শিক্ষা মন্ত্ৰীৰ অনুৰোধত সেয়া সাময়িকভাৱে স্থগিত ৰখা হৈছিল।

Apply Now

প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ সৃষ্টি কৰি দৰমহা বিধি মতে প্ৰাপ্য দৰমহা দিয়া, স্নাতক শিক্ষকক ৮,৭০০ টকা গ্ৰেড পে’ আদায় দিয়া, কৰ্মৰত বেতন বঞ্চিত আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচৰ্তে নিয়মীয়া কৰা, শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আদি বিভিন্ন দাবী পূৰণৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰীয়ে উক্ত দাবীসমূহ ৪৫ দিনৰ ভিতৰত সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সন্মিলনীয়ে শিক্ষা মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ প্ৰতিবাদত তেওঁলোকৰ স্থগিত ৰখা কাৰ্যসূচী পুনৰ ঘোষণা কৰিছে।

প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদক ক্ৰমে জীৱন চন্দ্ৰ বৰা আৰু ৰাতুল চন্দ্ৰ গোস্বামীয়ে বৃহস্পতিবাৰে এক বিবৃতিত উল্লেখ কৰে যে বৰ্তমান ৰাজ্য চৰকাৰখনে শিক্ষকক ‘দি কাঢ়ি লৈ যোৱা’ নীতি গ্ৰহণ কৰিছে।

তেওঁলোকে কয়, ‘’সকলো মন্ত্ৰী, বিষয়াই প্ৰধান শিক্ষক বুলি সম্বোধন কৰি চিঠি লিখে। ৩২টাকৈ নথিৰ ফাইলৰ তথ্য বিচাৰে কিন্তু প্ৰধান শিক্ষকৰ মৰ্যাদা নিদিয়ে।‘’

তদুপৰি, ১৭ মাহ ধৰি পাই থকা গ্ৰেড পে’ কৰ্তন কৰা, প্ৰথম কেবিনেটত ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতিৰ কথা চৰকাৰখনে পাহৰি গৈছে বুলিও তেওঁলোকে উল্লেখ কৰিছে।

আনহাতে, ৯ নৱেম্বৰৰ সমাৱেশত সকলো প্ৰাথমিক শিক্ষককে উপস্থিত থাকিবলৈ সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকে আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd