• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে বিএছএনএলক মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে : এ ইউ এ বি

ৰিলায়েঞ্চ জিঅ'ৰ দৰে ব্যক্তিগত খণ্ডৰ ম’বাইল কোম্পানীৰ লগত গোপন বুজাবুজি কৰাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2018 6:42 am
c9d14ad9-e14c-4055-b0f2-ed800557ffcb

নগাঁবত এ ইউ এ বিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”দেশজুৰি ৰিলায়েঞ্চ জিঅ’ কোম্পানীৰ ম’বাইল প্ৰৱৰ্তন কৰি ভাৰতীয় সঞ্চাৰ নিগম লিমিটেডে চমুকৈ বি এছ এন এলক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগে বি এছ এন এলক শক্তিশালী নেটৱৰ্ক কোম্পানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চুড়ান্তভাবে গাফিলতি কৰিছে। তাৰে বহি:প্ৰকাশ স্বৰূপে নতুনকৈ অসমত কেবা বছৰ ধৰি কোনো টাৱাৰ সংস্থাপন কৰা নাই অথচ ইয়াৰ বাবে কোনো নিবিদাৰ আহ্বানো কৰা নাই।”- এই গুৰুতৰ অভিযোগ অল ইণ্ডিয়া ইউনিয়ন এণ্ড এছ’চিয়েচন অৱ বি এছ এন এল (এ ইউ এ বি)ৰ নগাঁও জিলা সমিতিৰ।

সোমবাৰে বি এছএন এলৰ নগাঁৱৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত এই অভিযোগ উত্থাপন কৰি সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি দেৱাশীষ মজুমদাৰে কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগে ব্যক্তিগত খণ্ডৰ ম’বাইল নেটৱৰ্ক কোম্পানীসমূহৰ লগত গোপন বুজাবুজি থকাৰ কথা ব্যক্ত কৰি কয় যে বি এছ এন এলক শক্তিশালী কৰাৰ বিপৰীতে এয়াৰটেল কোম্পানীক ৮০ হাজাৰ কোটি আৰু আইডিয়া টেলিকম কোম্পানীক ৬০ হাজাৰ কোটি টকাৰ ঋণ দিছে।

Apply Now

তেওঁ কয়, ‘’এইদৰে চৰকাৰে নিজৰ টেলিকম কোম্পানীটোক এলাগী কৰি ৰিলায়েঞ্চ জিঅ’ৰ দৰে আন ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক শক্তিশালী কৰাৰ চেষ্টা চলাই দেশৰ ১.৮৫ কোটি বিষয়া-কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।‘’

মজুমদাৰে লগতে কয়, ‘’চৰকাৰী খণ্ডৰ ১৮ বছৰ পুৰণি প্ৰথমটো ম’বাইল নেৰ্কৱট কোম্পানী বি এছ এন এলৰ বিষয়া-কৰ্মচাৰী ইমানেই তললৈ নামিব লগা হৈছে যে এতিয়া এচ ডি অ’, জে টি অ’ৰ দৰে বিষয়াসকলে পথৰ ভিক্ষাৰীৰ দৰে ৰাস্তাৰ কাষে কাষে ছিম কাৰ্ড বেচিব লগা হৈছে।‘’

সংবাদ মেলখনত সংগঠনটোৰ কেন্দ্ৰীয় সদস্য আৰ কে মাহেলিকাই কয় যে বহুদিন ধৰি চৰকাৰে বি এছ এন এলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ বকেয়াৰ বাবদ ৬ হাজাৰ কোটি টকা প্ৰদান কৰিব পৰা নাই। আনকি, কৰ্মৰত বিষয়া-কৰ্মচাৰীক বৰ্দ্ধিত হাৰৰ ৩০ শতাংশ ধন দিবলৈ সক্ষম হোৱা নাই। অচিৰেই এই সমস্যা সমূহৰ সমাধান নকৰিলে দেশজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে।

উক্ত সংবাদ মেলত সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকৰ্তা ক্ৰমে সুমিত কুমাৰ ঘোষ, কে এম হাজৰিকা, শ্যাম শ্ৰীবাস্তৱ, সুশীল ৰায় আদিকে ধৰি বহু কেইগৰাকী নেতৃবৰ্গ‌ উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd