• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ বিজুলী কাৰ্যালয়ত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ য়ুনিয়নৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 30, 2018 7:56 pm
APDCL-Recruitment-2017-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ কৰ্মচাৰীয়ে আজি দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰ বিজুলী কাৰ্যালয় চৌহদত পুৱা ১০-০০ বজাৰ পৰা দুপৰীয়া ১২-০০ বজালৈ অনুষ্ঠিত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘটত সকলো কৰ্মচাৰীয়ে ক’লা বেজ পৰিধান কৰি ধৰ্মঘটত অংশগ্ৰহণ কৰে।

বিশেষকৈ ৰাজ্যত স্ব-নিৰ্ভৰশীল বিদ্যুৎ ব্যৱস্থা গঢ়ি তোলা, বিদ্যুৎ কৰ্মচাৰীৰ দৰমহা সংশোধনী ২০১৬ৰ আসোঁৱাহসমূহ দূৰ কৰা, আইটিআই /স্কিলড এমপ্লয়ী দ্বিতীয় গ্ৰেড কৰ্মচাৰী গ্ৰেডপে, বইলাৰ এটেণ্ড গ্ৰেড-২ (Boiler attend grade -2)(কনিষ্ঠ) সম পৰ্যায়ত কৰা,  একেদৰে আইটিআই/ স্কিলড গ্ৰেড-১ কৰ্মী গ্ৰেড পে’ৰ (Boiler attend grade -1) সম পৰ্যায়ত কৰা, বিল ক্লাৰ্ক আৰু মিটাৰ ৰীডাৰৰ পদ দুটাৰ একত্ৰিকৰণ বন্ধ কৰি পূৰ্বৰ দৰে বেলেগ বেলেগ কৰি ৰখা, অস্থায়ী কৰ্মীৰ চাকৰিত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা আৰু অতি কমেও পাঁচটা পদোন্নতি নিশ্চিত কৰা আদিকে ধৰি মুঠ ১৮টা দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

কৰ্মচাৰী সকলে উক্ত সমস্যাৰ সমাধান বিচাৰি ৰাজ্যৰ বিদ্যুত বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ সৈতে বাৰম্বাৰ আলোচনা কৰি অহা সত্বেও চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ ফলত কৰ্মচাৰী সন্থাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰেই অংশ হিচাপে আজি ৰাজ্য জুৰি বিজুলী কাৰ্যালয়ত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

তাৰোপৰি আগন্তুক দিনত ধাৰাবাহিকভাৱে অহা ১১ নৱেম্বৰত বিজুলীৰ মহাপ্ৰৱন্ধক তথা উপ মহাপ্ৰৱন্ধক কাৰ্যালয়ত পুৱা ১০-০০ বজাৰ পৰা ১২-০০ বজালৈকে দুই ঘন্টীয়া অনশন,  ১৬ নৱেম্বৰত নিজৰ নিজৰ কৰ্মস্থলীত উপস্থিত হৈ নিজৰ কৰ্মৰ পৰা বিৰত থাকি ২৪ ঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰা, ২৮ নৱেম্বৰত ৰাতিপুৱা ৬-০০ বজাৰ পৰা ৪৮ ঘন্টীয়া কৰ্মবিৰতি পালন কৰা, ১১ ডিচেম্বৰৰ ৰাতিপুৱা ৬-০০ বজাৰ পৰা ৪৮ ঘন্টীয়া ধৰ্মঘট আৰু পৰৱৰ্তী ৭২ ঘন্টীয়া ধৰ্মঘট আদি আন্দোলনৰ কাৰ্যসূচী পালন কৰা হব বুলি সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ জনাই দিয়ে কৰ্মচাৰী সন্থাৰ সভাপতি স্বম্ভু মুখাৰ্জীয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd