• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক উন্মুক্ত কৰি গুৱাহাটীত কৃষক মুক্তি সহ ৬০টা সংগঠনৰ প্ৰচাৰপত্ৰ  বিতৰণ

মুকুট দাস by মুকুট দাস
October 30, 2018 9:05 pm
Screenshot_2018-10-30-18-52-45-77
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰাৰ দৰে ৬০ টা সংগঠনৰ কৰ্মীসকলে আজি ৩০ অক্টোবৰত আৰএছএছ আৰু বিজেপিৰ আচল স্বৰূপ উন্মেচিত কৰি ৰাইজৰ মাজত প্ৰচাৰপত্ৰ বিতৰণ কৰে। বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বলৱৎ কৰি বাঙালী হিন্দুসকলক অসমত স্থাপন কৰাৰ ফন্দি পাতিছে বুলি কৃষক মুক্তিয়ে ব্যক্ত কৰে।

অসমীয়া জাতিৰ মৃত্যু শেল :  নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ শিৰোনামৰ প্ৰচাৰপত্ৰখন ৰাজ্যখনৰ সৰ্বত্ৰ বিতৰণ কৰাৰ আশা আছে।

Apply Now

কৃষকৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কৈছে, ‘আজি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা আৰএছএছ আৰু বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হৈছে। এই বিধেয়কখন বাতিল নকৰা পৰ্যন্ত আমি যুঁজি যাম।’’গগৈয়ে আৰু কৈছে, ‘আমি আৰএছএছ আৰু বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ  আচল চৰিত্ৰ জনসাধাৰণে বুজিব পৰাকৈ প্ৰচাৰপত্ৰখনত তথ্য সহকাৰে প্ৰকাশ কৰিছোঁ।’

গগৈয়ে পুনৰ কৈছে যে নিজৰ মাটিতেই খিলঞ্জীয়া লোকসকল সংখ্যালঘূ সম্প্ৰদায়ত পৰিণত হোৱাৰ আশংকাত জনসাধাৰণে নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰিছে।প্ৰচাৰ পত্ৰিকাখনত কোৱা হৈছে, ‘খিলঞ্জীয়া লোকৰ হাতত ৰাজনৈতিক ক্ষমতা ন্যস্ত হ’ব লাগিব। হিন্দুত্ববাদৰ নামত হিন্দু বাংলাদেশীৰ প্ৰভুত্ব মানি লোৱা নহ’ব।’

উল্লেখ্য যে ২৭ অক্টোবৰত কৃষক মুক্তি আৰু ৬০টা সংগঠনৰ প্ৰতিনিধিয়ে এখন যুটীয়া সংবাদমেলত    প্ৰকাশ কৰিছিল যে চৰকাৰে এই বিতৰ্কিত বিধেয়কখন আগবঢ়াই নিবলৈ চেষ্টা কৰিলে নৱেম্বৰৰ ৫ তাৰখৰ পৰা ৰাজ্য জুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

উক্ত কাৰ্যসূচীৰ অংশ হিচাপে কৰ্মীসকলে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা এটা শোভাযাত্ৰা বাহিৰ কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি সৰ্বমুঠ ৬০টা সংগঠনে কেন্দ্ৰই নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ গৃহীত কৰিবলৈ আগবঢ়াৰ প্ৰতিবাদত যোৱা ২৩  অক্টোবৰত অসম বন্ধৰ আহ্বান জনাইছিল। পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিবলৈ সংগঠনসমূহে ৩ নৱেম্বৰত এখন সভাৰ আহ্বান কৰিছে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd