• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগ্নেয়াস্ত্র আৰু গুলীসহ অসমৰ দুজন দুষ্কৃতিকাৰীক আলিপুৰদুৱাৰত গ্রেপ্তাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 31, 2018 9:05 am
Capture
343
VIEWS
Share on FacebookShare on Twitter

আগ্নেয়াস্ত্র আৰু গুলীসহ অসমৰ দুজন দুষ্কৃতিকাৰীক ৩০ অক্টোবৰত আলিপুৰদুৱাৰত গ্রেপ্তাৰ কৰে পশ্চিম বংগ আৰক্ষীয়ে। পশ্চিম বংগৰ মুখ্য মন্ত্ৰীৰ উত্তৰ বংগ ভ্ৰমণৰ বাবে সীমান্ত এলেকাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অসম-বাংলা সীমান্তত তালাচী অভিযান চলাই থকাৰ সময়ত এখন সন্দেহজনক স্ক’ৰ্পিঅ’ গাড়ীক দেখি আৰক্ষীয়ে ৰ’বলৈ ইংগিত দিয়ে যদিও তালাচীৰত আৰক্ষীক এৰাই সেই গাড়ীখন আলিপুৰদুৱাৰত প্ৰৱেশ কৰে। তাৰ পাছত গাড়ীৰ নম্বৰৰ ভিত্তিত তালাচী চলাই এই গাড়ীখন আলিপুৰদুৱাৰ ডিআৰএম অফিচৰ সন্মুখত আলিপুৰদুৱাৰ জিলা আৰক্ষীয়ে ধৰা পেলায়। গাড়ীখনৰ আৰোহী অস্ত্ৰধাৰী লোক দুজনক গ্ৰেপ্তাৰ কৰা হয়।

গাড়ীখনৰ পৰা উদ্ধাৰ হোৱা আগ্নেয়াস্ত্র আৰু তিনি ৰাউণ্ড গুলীসহ  দুষ্কৃতিকাৰী দুজনক গ্রেপ্তাৰ কৰা হয়। আলিপুৰদুৱাৰ আৰক্ষীয়ে জনাইছে অভিযুক্ত ব্যক্তি দুজনৰ ঘৰ অসমৰ গোসাইগাঁৱত। অভিযুক্ত দুজন হৈছে প্রণয় পাল, আৰু মোতিয়াৰ প্রধানি। বৰ্তমান অভিযুক্তদ্বয়ক আলিপুৰদুৱাৰ জিলা আৰক্ষীয়ে জেৰা কৰি আছে। আৰক্ষীয়ে জনাইছে যে গাড়ীখনৰ নম্বৰ হৈছে AS-16D-9286 ।

আলিপুৰদুৱাৰ জিলাৰ আৰক্ষী অধীক্ষক সুনীল কুমাৰ যাদবে জনাইছে যে অবৈধ আগ্নেয়াস্ত্র লগত ৰখাৰ অভিযোগত অসমৰ ব্যাক্তি দুজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে গ্ৰেপ্তাৰ হোৱা অভিযুক্তদুজনক আদালতলৈ প্ৰেৰণ কৰি আৰক্ষীৰ জিম্মাত বিচৰা হ’ব।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে তালাচী চকীত এই সন্দেহজনক গাড়ীখন ৰখাবৰ বাবে কোৱা হৈছিল। কিন্তু গাড়ীখন ৰখোৱা হোৱা নাছিল। গাড়ীৰ নম্বৰৰ পম খেলি সমগ্ৰ জিলাতেই তালাচী অভিযান চলাই দাড়ীসহ ব্যক্তিদুজনক ধৰা পেলোৱা হয়।

Recent News

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd