• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মিজোৰামৰ মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব ৪টাকৈ ৰাজনৈতিক দলৰ সভাপতিয়ে

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
October 31, 2018 4:55 pm
k-6-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি ছেৰচ্চিপত নিজোৰাম সাংবাদিক সন্থাৰ ভূতপূৰ্ব সভাপতি কাপ্লিয়ানা পাচুৱাওৱে নেশ্যনেল পীপলছ পাৰ্টীৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব।

ছেৰচ্চিপ বিধানসভা সমষ্টিত ইতিমধ্যে মিজোৰামৰ ৰাজনৈতিক দলৰ সভাপতিসকলৰ এক দীঘলীয়া লানি লাগিছে। এই সমষ্টিটোতেই ৪টাকৈ ৰাজনৈতিক দলৰ সভাপতিয়ে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে এই সমষ্টিটোৰ পৰাই মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱলাই বিগত ১৫ বছৰ ধৰি বিজয়ী হৈ আহিছে।

Apply Now

২০০৩, ২০০৮ আৰু ২০১৩ চনত বিশেষ সমস্যা অবিহনেই লাল থানহাৱলাই বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। কিন্তু অহা ২৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিজোৰামৰ বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত দুটা ৰাজনৈতিক দলৰ সভাপতি আৰু জোৰাম নেশ্যনেলিষ্ট পাৰ্টীৰ সভাপতি তথা জোৰাম পীপলছ মুভমেণ্টৰ মুখ্য মন্ত্ৰীৰ প্ৰাৰ্থী লাল দুহোমাই প্ৰতিদ্বন্দিতা আগবঢ়াব।

আন এটা স্বল্পখ্যাত ৰাজনৈতিক দল জোৰামথাৰেও তেওঁলোকৰ দলৰ সভাপতি ৰেভাৰেণ্ড ড০ জাইচ্চাৱনাক ছেৰচ্চিপ সমষ্টিত প্ৰক্ষেপ কৰিব। এইটো সমষ্টিতেই প্ৰিজম পাৰ্টীৰ ভনলালৰুৱাতাইয়ো প্ৰতিদ্বন্দিত্বা কৰিব।

এগৰাকী সাংবাদিক, ছেৰচ্চিপ চাইমছৰ সম্পাদক কাপ্লিয়ানা পাচুৱাওৱে কৈছে যে এনপিপিৰ টিকটত তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত চেৰচ্চিপ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

তেওঁ আৰু কৈছে যে দলে অতি শীঘ্ৰেই ছেৰচ্চিপত এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিব আৰু সমগ্ৰ সমষ্টিটোতেই দলীয় গোট খুলিব। বৰ্তমন বুৱানপুই আৰু থেনজাওলত দুট স্থানীয় গোট আছে বুলি কাপ্লিয়ানা পাচুৱাওৱে প্ৰকাশ কৰিছে।

আনহাতে, মিজোৰাম পিচিচিয়ে মুখ্য মন্ত্ৰী লাল থানহাওলাক দক্ষিণ চামফাইৰ পৰা তেওঁৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

লাল দুহোমা এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া তথা প্ৰয়াত ইন্দিৰা গান্ধীৰ নিৰাপত্তা গোটৰ মুৰব্বী আছিল। তেওঁ জোৰাম নেশ্যনেলিষ্ট পাৰ্টীৰ সভাপতি হিচাপে ছেৰচ্চিপ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁৰ ৰাজনৈতিক দলটো পাঁচটা ৰজনৈতিক দলেৰে গঠিত।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd