• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যাপক হিংসাৰে হিংসাত্মক ঘটনাৰ প্ৰতিবাদ; বৰপেটাৰোডত অসম বন্ধৰ সমৰ্থকে ভাঙিলে বৰযাত্ৰীৰ গাড়ী

নগাৱঁতো যাত্ৰীবাহী বাছত আক্ৰমণ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
November 3, 2018 3:09 pm
Bus under Attack

বৰপেটাৰোডত বন্ধৰ সমৰ্থকে আক্ৰমণ কৰা বাছখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৩ নৱেম্বৰত বৰাক উপত্যকাৰ কেইবাটাও বাঙালী সংগঠনে দিয়া অসম বন্ধৰ সময়ছোৱাত বৰপেটাৰোডত বন্ধৰ সমৰ্থকে হিংসাত্মক কাৰ্য্যত লিপ্ত হোৱাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে, বৰপেটাৰোডত বৰযাত্ৰী কঢ়িয়াই নিয়া এখন বাছত বন্ধৰ সমৰ্থকে আক্ৰমণ কৰে। AS 01H  C 3977  নম্বৰৰ বাছখনে সৰভোগৰ চুলিয়াকাটাৰ পৰা শিৱসাগৰ অভিমুখে বিবাহ যাত্ৰী কঢ়িয়াই লৈ গৈ আছিল।

Apply Now

সন্মুখত কলপুলি আৰু ফুল গাঁথি নিয়া বাছখনত বিবাহযাত্ৰী কঢ়িয়াই নিয়া বুলি জানিও আক্ৰমণ কৰাক সকলোৱে গৰিহণা দিছে। আক্ৰমণকাৰীসকলৰ শিলাবৰ্ষণত বাছখনৰ গ্লাছ ভাঙি চূৰ্ণাকৃত হয়।

উল্লেখযোগ্য যে ১ নৱেম্বৰত হোৱা তিনিচুকীয়াৰ নৰহত্যাৰ প্ৰতিবাদত আজি অসমৰ কেইবাটাও বাঙালী সংগঠনে অসম বন্ধ দিছিল। বৰপেটাৰোডত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে। ইয়াৰ মাজতে বন্ধ মানিবলৈ বাধ্য কৰাব খোজা ১৫জন উদণ্ড সমৰ্থকক আৰক্ষীয়ে আটক কৰে।

নগাৱঁতো বন্ধৰ সমৰ্থকৰ উদ্ভণ্ডালি; যাত্ৰীবাহী গাড়ীত আক্ৰমণ

আনহাতে নগাৱঁতো বন্ধৰ সমৰ্থকে পথৰ ওপৰত বাছত আক্ৰমণ চলায় বন্ধৰ সমৰ্থকে। তেজপুৰৰ পৰা আহি থকা যাত্ৰীবাহী গাড়ীত আক্ৰমণ কৰাৰ ফলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। যাত্ৰীসকলে বন্ধৰ সমৰ্থকৰ এই উদ্ভণ্ডালিক একমুখে গৰিহণা দিয়ে। আনহাতে কেইবাজনো যাত্ৰীয়ে তেওঁলোকক চৰকাৰে নিৰাপত্তা দিব পৰা নাই বুলি অভিযোগ আনে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd