• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ঘৰৰ পৰাই আৰম্ভ হৈছিল চিণ্ডিকেটৰাজ : ৰূপম গোস্বামী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2018 9:16 pm
Debabrata-Rupam
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এইসময়ত চিণ্ডিকেটকৰ কথা কৈছে। আচলতে তেওঁৰ ঘৰৰ পৰাই চিণ্ডিকেটৰাজ আৰম্ভ হৈছে বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল।‘ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ।

উল্লেখযোগ্য যে, যোৱা ১৬ অক্টোবৰত সংবাদমেল অনুষ্ঠিত কৰি বিৰোধী দলপতি শইকীয়াই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্য মন্ত্ৰী সোণোৱালৰ কাৰ্য্যালয়ৰ পৰাই চিণ্ডিকেটকৰ কাম চলি থকা বুলি অভিযোগ উত্থাপন কৰিছিল।

Apply Now

ইয়াৰ পিছতেই বিজেপিৰ মুখপাত্ৰগৰাকীয়ে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা চিণ্ডিকেটৰাজ নচলে বুলি সংবাদমেল অনুষ্ঠিত কৰি এক স্পষ্টীকৰণ দিছিল। কিন্তু আজি পুনৰ একেটা বিষয়কে টানি আনি সংবাদমেলত তেওঁ বিৰোধী দলপতিগৰাকীক পোনপটীয়াকৈ আক্ৰণৰ লক্ষ্য কৰি লয়।

কংগ্ৰেছৰ হাতত কোনো ইচ্ছ্যু নথকা বাবে এনেধৰণৰ মন্তব্য কৰি থাকে বুলি কটাক্ষ কৰি তেওঁ কয়, ‘দেবব্ৰত শইকীয়াই তথ্য আছে যদি চৰকাৰক দাখিল কৰক। সমাজখনক মিছা-মিছি চিণ্ডিকেটৰ কথা কৈ লাভ নাই।‘

আনহাতে এই সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘মই এইবোৰ পাতলীয়া কথাত মন্তব্য দিব নিবিচাৰো। যদি মোৰ ঘৰৰ পৰা চিণ্ডিকেট ৰাজ আৰম্ভ হোৱাৰ তথ্য আছে তেন্তে সেইখিনি ৰাজহুৱা কৰিলেই হ’ল।‘

উল্লেখযোগ্য যে, আজি কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ ৰাজ্যিক সভাপতি আৰু দলৰ মুখপাত্ৰসমূহে দলৰ বিফলতাসমূহ ঢাকিবৰ বাবে সংবাদমেল পাতি কংগ্ৰেছক আক্ৰমণ কৰি বোকা ছটিওৱা ৰাজনীতি প্ৰদৰ্শন কৰি আহিছে।

কংগ্ৰেছে দিল্লীত এক কথা কয় আৰু ধুবুৰীত অন্য এক কথা কয় বুলি মন্তব্য কৰা গোস্বামীয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকো সমালোচনা লক্ষ্য কৰি কয়, ‘তৰুণ গগৈ মুখ্য মন্ত্ৰী হৈ থাঁকোতে বহু গুৰুত্বপূৰ্ণ বিষয়ত তুলুঙা মন্তব্য কৰি গোটেই জাতিটোকে ধৰ্বংশৰ গৰাহত পেলাইছিল।’

তদুপৰি, এতিয়াও ‘উন্নয়নমুখী চৰকাৰখনক’ কংগ্ৰেছে অস্থিৰ কৰিব চেষ্টা কৰি আছে বুলি তেওঁ সংবাদমেলত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd