• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০টা সংগঠনৰ ধাৰাবাহিক আন্দোলন ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2018 11:10 am
c85605d4-9b95-40a8-b649-de46da2c62d0

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত ৰাজ্যৰ ৭০টাকৈ জনগোষ্ঠীয় সংগঠন মিলিত হয়। জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্প বৈঠকত মিলিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে     একত্ৰিত হোৱা সংগঠনকেইটাই ঐক্যবদ্ধ সংগ্ৰামৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ইয়াৰ পূৰ্বে ৰাজ্যৰ ৬০টা সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ একত্ৰিত হৈ প্ৰতিবাদ কৰিছিল। আনহাতে, শনিবাৰে আয়োজন কৰা বৈঠকত আৰু আন ১০টা সংগঠনে যোগ দিয়ে।

Apply Now

লক্ষ্যণীয়ভাৱে শনিবাৰৰ বৈঠকত ধলাত ৫জনকৈ নিৰীহৰ হত্যাকাণ্ডৰ তীব্ৰ বিৰোধিতা কৰা হয়।

আনহাতে, সংগঠনসমূহে বিধেয়কখন বাতিলৰ দাবীত অহা ১১ নৱেম্বৰত শদিয়াৰ পৰা দিছপুৰলৈ সংকল্প যাত্ৰা কৰিব। বৈঠকত একেলগে শদিয়া, ধুবুৰী, জোনাই আৰু ডিফুৰ পৰা চাৰিটা দিশেৰে চাৰিটা সংকল্প যাত্ৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেইদৰে অহা ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিধেয়কখন বাতিলৰ দাবীত গুৱাহাটীত এখন গণ সমাৱেশ অনুষ্ঠিত কৰিব। সমাৱেশত লক্ষাধিক লোকৰ যোগদান নিশ্চিত কৰাৰ সংকল্পও লোৱা হৈছে।

শনিবাৰৰ বৈঠকত অহা ৯ নৱেম্বৰৰ ভিতৰত ৭০টা জনগোষ্ঠীয় সংগঠনৰ জিলা সমিতিসমূহৰ সমন্বয় সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি, সংগঠনসমূহে বিধেয়কখন বাতিলৰ দাবীত অহা ১৬ নৱেম্বৰত দিচপুৰত প্ৰতিৰোধ সমাৱেশ অনুষ্ঠিত কৰিব। সেইদৰে, ১৭-২৭ নৱেম্বৰলৈ প্ৰতিখন জিলা সদৰত গণ সত্যাগ্ৰহ কৰিব।

আনহাতে শনিবাৰৰ বৈঠকত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে সংগঠনকেইটাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জগৰীয়া কৰে। তদুপৰি, উচটনিমূলক বক্তব্য দি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা আলফা-নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী কৰাৰ লগতে সংগঠনসমূহে উচটনিমূলক বক্তব্য দি পৰিস্থিতি উত্তপ্ত কৰা বিতৰ্কিত বিধায়ক শিলাদিত্য দেবকহে প্ৰথমে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd