• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব শিশু গ্ৰন্থমেলা : ছাত্ৰ-ছাত্ৰীৰ উৎসাহজনক সহাঁৰিয়ে হাঁহি বিৰিঙাইছে গ্ৰন্থ বিক্ৰেতাক

মিণ্টু দাস by মিণ্টু দাস
November 4, 2018 3:00 pm
814c473e-9a2d-4030-9bd9-12bda11eb951

উত্তৰ-পূব শিশু গ্রন্থমেলা। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুৱালিত অনুষ্ঠিত হৈ থকা উত্তৰ পূৱ শিশু গ্ৰন্থমেলাৰ শনিবাৰে চতুৰ্থ দিনা গ্ৰন্থপ্ৰেমীৰ উৎসাহজনক সহাঁৰিয়ে হাঁহি বিৰিঙাইছে গ্ৰন্থ বিক্ৰেতা সকলক। বিশেষকৈ অসম বন্ধৰ ‌ কালছোৱাত কোনোধৰণৰ প্ৰভাৱ নপৰা এই শিশু গ্ৰন্থমেলাত পুৱাৰে পৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সোঁত বয়। ছাত্ৰ-ছাত্ৰী সকলে গ্ৰন্থমেলাৰ বিপনীত ভিৰ কৰা পৰিলক্ষিত হোৱাৰ লগতে নিজৰ প্ৰিয় গ্ৰন্থখন বিচাৰি গ্ৰন্থমেলাস্থলী চলাথ কৰে।

উল্লেখ্য যে, উত্তৰ পূব শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত যোৱা ৩১ অক্টোবৰৰ পৰা ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উত্তৰ পূব শিশু গ্ৰন্থমেলাৰ শনিবাৰে পুৱা ১০ বজাৰ পৰা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত ‘শিশুৰ সুৰক্ষা, যতন আৰু শিশু শ্ৰমিক প্ৰতিৰোধ’ শীৰ্ষক বিষয়ত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

Apply Now

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সঞ্চালনাত আৰু সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা আলোচনা চক্ৰখনিত অৱসৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া প্ৰমীলা কন্দলী, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাস, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতি, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ দিলীপ বৰুৱা, শিশু সুৰক্ষা বিষয়া পল্লৱী শইকীয়া আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই উদ্বোধন কৰা আলোচনাত চক্ৰখনিৰ আঁত ধৰে খগেন চন্দ্ৰ নাথে। এই আলোচনা চক্ৰখনিৰ পিছতেই নগাঁৱৰ আগশাৰী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত ‘সৰ্ব ভাৰতীয় প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱ’ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ দিলীপ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰখনিত সমল ব্যক্তি হিচাপে শিক্ষাবিদ তথা শংকৰী কলা কৃষ্টিৰ গৱেষক সঞ্জীৱ কুমাৰ বৰকাকতিয়ে আংশগ্ৰহণ কৰে।

বিয়লি মেলডি হোম সংগীত বিদ্যালয়ৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। সন্ধিয়া নগাঁৱৰ আন এখন অগ্ৰণী শিক্ষানুষ্ঠান সন্দিপনী বিদ্যামন্দিৰৰ ছাত্ৰ-ছাত্ৰী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

আনহাতে, গ্ৰন্থমেলাস্থলিত শুকুৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুৰাধাৰ দেশ খ্যাত বিশিষ্ট সাহিত্যিক, সাংবাদিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে কয়- ‘বন্দুক ধাৰীতকৈ তেওঁলোকক বিষাক্ত চিন্তা সোমোৱাই দিয়া সকলো কম দোষী নহয়। এতিয়া অসমীয়া জাতি সংকটৰ আৱৰ্তত সোমাই পৰিছে। এতিয়া আমি সকলোৱে সু-শৃংখলিতভাৱে আগবাঢ়িলেহে জাতিটোৰ সংকট দূৰ কৰিব পৰা যাব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd