• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বাঙালীসকলক কিমান ভাল পায় শিলাদিত্যই? ধলাৰ পৰিয়ালকেইটাক মাত এষাৰ দিবলৈও নগ’ল

সাধাৰণ নাগৰিকৰ বাবে পৰিৱেশ বিষময় কৰি নিজৰ নিৰাপত্তা বঢ়াই ল’লে বিধায়কজনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 7, 2018 8:43 pm
Siladitya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সততে অসমৰ বাঙালীসকলৰ হকে উগ্ৰ সমৰ্থন প্ৰকাশ কৰি অহা বিজেপিৰ বিধায়ক শিলাদিত্যৰ প্ৰকৃততে কিমান আন্তৰিকতা আছে অসমৰ বাঙালী লোকসকলৰ প্ৰতি?

এই প্ৰশ্ন উত্থাপিত হৈছে এই বাবেই যে অচিনাক্ত বন্দুকধাৰীৰ হাতত তিনিচুকীয়াৰ ধলাত পাঁচজনকৈ বাঙালী লোকে প্ৰাণ হেৰুওৱাৰ পিছতো বিধায়কজনে এবাৰলৈ ভুক্তভোগী পৰিয়ালকেইটাৰ ঘৰলৈ এপাক মাৰিবলৈ সময় নাপালে।

Apply Now

আনটো গুৰুত্বপূৰ্ণ কথা হ’ল- এই হত্যাকাণ্ডৰ আঁৰত বিধায়কজনে নিজেই ধাৰাবাহিকভাৱে উচটনিমূলক মন্তব্য দি সৃষ্টি কৰা বাঙালী-বিদ্বেষৰ পৰিৱেশটোও দায়ী।

ইপিনে পৰিৱেশৰ অৱনতি ঘটাৰ পিছত নিজৰ নিৰাপত্তা বঢ়াই ল’লে বিধায়কজনে।

সাম্প্ৰদায়িক উত্তেজক পৰিৱেশ সৃষ্টিৰে সাধাৰণ মানুহৰ জীৱনক এক প্ৰকাৰৰ নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দি নিজে নিৰাপত্তা বঢ়াই লোৱাটো আৰু ভুক্তভোগীসকলৰ প্ৰতি অন্ধতা প্ৰদৰ্শন কৰাটো এক প্ৰকাৰৰ প্ৰৱঞ্চনা নহয় নে?

তাৰ পৰিৱৰ্তে অসমৰ বিভিন্ন দল-সংগঠনে ভুক্তভোগী পৰিয়ালকেইটাৰ ঘৰলৈ গৈ সান্ত্বনা দিয়াৰ লগতে তেওঁলোকৰ সকাম-নিকামৰ খা-খৰচৰ দায়িত্বও লয়।

শিলাদিত্যৰ এই দুমুখীয়া স্থিতিক লৈ নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাঙালী য়ুনাইটেড ফ’ৰাম অব আছামৰ কৰ্ণধাৰ কমিটীৰ সদস্য তথা সাৰা আসাম বেংগলী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক শান্তনু মুখাৰ্জীয়ে।

শান্তনু মুখাৰ্জীয়ে আক্ষেপ কৰি কয় যে শিলাদিত্য বাদেই, মুখ্য মন্ত্ৰী সোণোৱালেই উপস্থিত নহ’ল ধলাৰ ৫জন মৃতকৰ পৰিয়ালৰ কাষত।

“শিলাদিত্য দেব বাদ কথা, খোদ মুখ্য মন্ত্ৰী তাত উপস্থিত নোহোৱাটো আটাইতকৈ দুখৰ তথা লাজৰ কথা।” মুখাৰ্জীয়ে কয়।

“মুখ্য মন্ত্ৰী নিজে ঘটনাস্থলীত উপস্থিত নহৈ দুজনমান মন্ত্ৰীক পঠিয়াই নিজৰ দায় সাৰিলে।” এইদৰে অভিযোগ কৰে মুখাৰ্জীয়ে।

ঘটনা সংঘটিত হোৱাৰ পাছদিনা, অৰ্থ্যাৎ ২ নৱেম্বৰৰ দিনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ব্যস্ত থাকিল শ্ৰীমন্ত শংকৰদেব কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ’ আঁচনিৰ উদ্বোধনী কাৰ্য্যসূচীত। ইয়াতকৈ দুৰ্ভাগ্যৰ কি কথা হ’ব পাৰে? দুখ প্ৰকাশ কৰি মুখাৰ্জীয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd