• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এসপ্তাহত ১৫ টি নৱজাতকৰ মৃত্যু: জেএমচিএইচৰ তদন্ত ঘোষণা

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
November 8, 2018 11:30 pm
Jorhat-Medical-College-and-

যোৰহাট মেডিকেল কলেজ হাস্পাতাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬দিনতে  ১৫টি নৱজাতকৰ মৃত্যুৰ ঘটনাত সকলো স্তম্ভিত হৈ পৰিছে।তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সুনাম থকা জেএমচিএইচৰ শিশুৰোগ বিশেষজ্ঞসকলকো এই ঘটনাই উদ্বিগ্ন কৰি তুলিছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ সৌৰভ বৰকটকীয়ে হাস্পাতালখনৰ নৱজাত শিশুৰ বিশেষ যতন শাখাত যোৱা ১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰৰ ভিতৰত এই বৃহৎ সংখ্যক শিশুৰ মৃত্যুৰ ঘটনাৰ এক আভ্যন্তৰীণ ঘটনাৰ তদন্ত ঘোষণা কৰিছে।

Apply Now

এই সময়ছোৱাত কি ভুলৰ বাবে ১৫ টিকৈ শিশু মৃত্যুমুখত পৰিবলগীয়া হ’ল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপ অধীক্ষক ডাঃ নীলোৎপল ভট্টাচাৰ্যই কয় যে হাস্পাতলখনৰ নৱজাত শিশুৰ বিশেষ যতন শাখাৰ নডেল অ’ফিচাৰ তথা শিশুৰোগ বিভাগৰ সহযোগী অধ্যাপক মানৱ নাৰায়ন বৰুৱাৰ পৰা তথ্য অনুসৰি আন নাৰ্ছিং হ’ম তথা দূৰৰ হাস্পাতলৰ পৰা চিকিৎসাৰ বাবে ‘ৰেফাৰ’ কৰা সংখ্যা অতি বেছি।

‘’ বেছিভাগ ক্ষেত্ৰতে উৎসৱৰ সময়ছোৱাত এইটো দেখা যায়  আৰু হাস্পাতলখন ভৰ্তি হোৱা এই বৃহৎ ৰোগীৰ মোকাবিলা কৰিবলৈ সু-সজ্জিত নহয়। নৱজাত শিশুৰ বিশেষ যতন শাখাত ৪০ টি শিশু ৰখাৰ ব্যৱস্থা আছে যদিও তাত ৮৪ টি শিশুক চিকিৎসাৰ বাবে ৰখা হৈছিল,’’-ভট্টাচাৰ্যই কয়।

তেওঁ লগতে কয় যে নৱজাত শিশুসকলৰ মাজত এমাহতকৈ কম বয়সৰ কেঁচুৱা আছিল আৰু তাৰ মাজত চাপ সহ্য কৰিব নোৱাৰি যোৱা ৬ নৱেম্বৰত ৬ টি শিশুৰ মৃত্যু হৈছিল।

ভট্টাচাৰ্যই কয় যে তদন্তই প্ৰকৃত কাৰণ উদঘাটন কৰিব আৰু চিকিৎসকৰ গাফিলতি বা সা-সৰঞ্জামৰ অভাৱৰ বাবে ঘটনাটো সংঘটিত হৈছে তাক নিশ্চিত কৰিব।

তদন্তটো কৰিবলৈ দিয়া ৬ জন চিকিৎসকৰ ভিতৰত আছে শিশুৰোগ বিভাগৰ মুৰব্বী ডাঃ প্ৰনৱজিৎ বিশ্বনাথ, পুৰ্ণিমা শইকীয়া, সদস্য সচিব, বিষ্ণুৰাম দাস কমিউনিটি মেডিচিন, প্ৰসূতি বিভাগৰ ভাৰপ্ৰাপ্ত চিকিৎসক প্ৰনৱিকা মহন্ত আৰু এম এন বৰুৱা।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd