• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰং কৃষি প্ৰদৰ্শনীত উপস্থিত বিশেষজ্ঞৰ মতে বৰ্তমানৰ কৃষি এক উদ্যোগ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
November 11, 2018 5:24 pm
agri-model-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড০ জয়ন্ত ডেকাই কৈছে যে বৰ্তমানৰ কৃষিক্ষেত্ৰত প্ৰয়োগ হোৱা নানা আধুনিক প্ৰযুক্তিয়ে কৃষিখণ্ডক অতীতৰ কেবল ধান, শাক-পাচলি আদি খাদ্য উৎপাদন কৰা আওপুৰণি পদ্ধতিৰ পৰিৱৰ্তে এটা উদ্যোগলৈ ৰূপান্তৰিত কৰিছে।

শুকুৰবাৰে দৰং জিলাৰ মহলীয়াপাৰা গাঁৱত কৃষি বিজ্ঞানৰ স্নাতক অন্তিম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৪ মহীয়া ‘গ্ৰাম্য কৰ্ম অভিজ্ঞতা কাৰ্যসূচী’ৰ অন্তৰ্গত আয়োজন কৰা কৃষি প্ৰদৰ্শনী-২০১৮ত উপস্থিত থাকি এই মন্তব্য কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন গৰাকীয়ে।

Apply Now

ৰাজ্যখনৰ যুৱ সমাজে শেহতীয়া প্ৰযুক্তি প্ৰয়োগ কৰি বাণিজ্যিকভাৱে কৃষিকাৰ্যত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি ড০ ডেকাই কেন্দ্ৰীয় চৰকাৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। ড০ ডেকাই উল্লেখ কৰা আৰু যুৱ সমাজক আকৰ্ষণ কৰিব পৰা আঁচনিকেইখন মান হৈঠছে গ্ৰাম্য ঔদোগিক সজাগতা উন্নয়ন যোজনা (Rural Entrepreneurship Awareness Development Yojana চমুকৈ READY) আৰু কৃষি কাৰ্যলৈ যুৱসমাজক আকৰ্ষণ আৰু নিবিষ্ট ৰখা (Attracting and Retaining Youth in Agriculture চমুকৈ ARYA ) আঁচনি দুখন হৈছে অন্যতম।

ড০ ডেকাই কৈছে, ‘‘চৰকাৰে পৰ্যৱেক্ষণ কৰা অনুসৰি, কৃষকসকলৰ নতুন প্ৰজন্মই কৃষিৰ ফালে পিঠি দি অন্য বৃত্তিলৈকে আকৰ্ষিত হৈছে। নতুন প্ৰজন্মক পুনৰ কৃষিকাৰ্যলৈ আকৰ্ষিত কৰিবলৈ এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে।’’

তেওঁ আৰু কৈছে যে কৃষিকাৰ্যক আওপুৰণি পদ্ধতি বুলি ধৰি ল’ব নালাগে। আধুনিক কৃষিত হালবোৱা, কঠিয়া ৰোৱাৰ পৰা শস্য চপোৱালৈকে সকলোতে যন্ত্ৰৰ ব্যৱহাৰ হৈছে।

অসমৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱকে বেংক আৰু বহুজাতিক কোম্পানীৰ লোভনীয় দৰমহাৰ চাকৰি ত্যাগ কৰি কেনেদৰে ফাৰ্মিং আৰু কৃষিখণ্ডৰ সৈতে জড়িত কামত নিয়োজিত হৈ বছৰি ২কোটি টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ উদাহৰণ দাঙি ধৰে।

অনুষ্ঠানত বক্তব্য ৰাখি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সংহত কৃষিৰে অতি কমেও নেমু, জলকীয়া, অমিতা আদিৰ খেতিৰে নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাৰ বাবে উপস্থিত ৰাইজক অনুৰোধ জনায়। বিধায়কগৰাকীয়ে ধ্ৰুবজ্যোতি শইকীয়া, মানৱ চলিহা, নীলম দত্ত, নৱনীতা বৰা আদি ৰাজ্যখনৰ প্ৰগতিশীল আৰু সফল কৃষকসকলৰ উদাহৰণ ডাঙি ধৰে আৰু তেওঁলোকক আদৰ্শব্যক্তি হিচাপে মানি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd