• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰা একমাত্ৰ বিজেপি নেতা-বিধায়কজনক সাক্ষাৎ কৰিলে আছুৱে

“বিধেয়কখনৰ বিষয়ত মই দলৰ লগত নাই; মই কেন্দ্ৰীয় চৰকাৰৰ এনে কাম সহ্য নকৰো”

মুকুট দাস by মুকুট দাস
November 11, 2018 7:11 pm
Atul Bora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলক ব্যক্তিগতভাৱে লগ কৰি বিধেয়কখন বাতিলৰ দাবীত তেওঁলোকৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছে।

আজি আছুৰ প্ৰতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইত জনপ্ৰতিনিধিসকলক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতাত সমৰ্থন বিচাৰে।

Apply Now

বিধায়কজনে আছুৰ প্ৰতিনিধি দলটোক বিধেয়কখনৰ বিৰোধিতা তেওঁ সদায় কৰি আহিছে আৰু কৰি যাব বুলি আশ্বাস দিয়ে।

“মোৰ স্থিতি আগলৈও একেই থাকিব”, অতুল বৰাই দৃঢ়তাৰে কয়। আনহাতে স্মাৰকপত্ৰ গ্ৰহণ কৰি আছুৰ প্ৰতিনিধিকেইজনক কয় যে তেওঁ বিষয়টো চৰকাৰৰ ওচৰত উত্থাপন কৰিব আৰু বিধেয়কখন বাতিল কৰিবলৈ আহ্বান জনাব।

বিধেয়কখনৰ বিষয়ত দলৰ স্থিতিৰ সৈতে তেওঁ নাই বুলি কয় বিধায়কজনে। “বিধেয়কখনৰ বিষয়ত মই দলৰ লগত নাই; মই কেন্দ্ৰীয় চৰকাৰৰ এনে কাম সহ্য নকৰো”, এইদৰে কয় বিজেপিৰ বিধায়কজনে।

আনহাতে, বিধায়কজনে “সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হয় নে নহয় সেয়া তেওঁৰ কৰ্মৰাজিয়েহে প্ৰমাণ কৰিব।” এইবুলি কটাক্ষ কৰে মুখ্য মন্ত্ৰী সোণোৱালক।

আছুৰ প্ৰতিনিধি দলটোৱে বিজেপিৰ বিধায়ক অতুল বৰাক সাক্ষাৎ কালত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

ইফালে আছুৰ সভাপতি দীপাংকৰ নাথে কয় যে আছু আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে একেলগে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ জনপ্ৰতিনিধিসকলৰ ওপৰত হেঁচা দিয়াৰ অভিযান অব্যাহত ৰাখিব।

বিভিন্ন ঠাইত জনপ্ৰতিনিধিক লগ কৰি বিধেয়কখনৰ বিৰোধিতাত সমৰ্থন আদায়ৰ চেষ্টা আছু আৰু ২৬টা সংগঠনৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলক ব্যক্তিগতভাৱে লগ কৰাৰ অভিযান আজি বিভিন্ন ঠাইত ৰূপায়ণ কৰা হয়।গুৱাহাটী মহানগৰ সমিতিৰ এটা প্ৰতিনিধি দলে দিচপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰাক সাক্ষাৎ কৰাৰ সমান্তৰালভাৱে লখিমপুৰত অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্ত, বিহপুৰীয়াত বিজেপিৰ বিধায়ক দেৱনন্দ হাজৰিকা আৰু নাওবৈচাত এ আই য়ু ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক আছুৰ প্ৰতিনিধিসকলে সাক্ষাৎ কৰি তেওঁলোকৰ পৰা বিষয়টোত সমৰ্থন বিচাৰে।

 

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd