• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল সমাপ্ত; বিভিন্ন দলে দেখুৱালে নিজৰ নিজৰ শক্তি

উত্তম শইকীয়া by উত্তম শইকীয়া
November 16, 2018 9:51 am
IMG-20181115-WA0082

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অৰ্থাৎ বৃহস্পতিবাৰে অন্য প্ৰান্তৰ লগতে বোকাখাত মহকুমাৰ মুঠ ২০ খন গাঁও পঞ্চায়তৰ বাবেও মনোনয়ন দাখিল প্ৰক্ৰিয়া শান্তিপূৰ্ণ ভাৱে সম্পূৰ্ণ হৈ যায়।

বৃহস্পতিবাৰে বোকাখাত মহকুমাৰ ৪ খন জিলা পৰিষদৰ আসনৰ বাবে ১৪ খন মনোনয়ন পত্ৰ , ২০ টা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ৬৫ খন মনোনয়ন পত্ৰ আৰু ২০ খন আঞ্চলিক সদস্য পদৰ বাবে ৬২ খন মনোনয়ন পত্ৰ দাখিল হয়।

Apply Now

ইয়াৰ বিপৰীতে ২০ খন গাঁও পঞ্চায়তৰ মুঠ ২০০ সদস্য পদৰ বাবেও মনোনয়ন দাখিল হয় ৷ মনােনয়ন পত্র দাখিলৰ অন্তিম দিনা মহকুমাটোৰ চাৰিটা জিলা পৰিষদৰ ৰঙামাটি জিলা পৰিষদৰ সদস্য পদৰ  বাবে বিজেপি দলৰ ৰঞ্জিত খণ্ডাইট, কংগ্ৰেছ দলৰ সূভাস চাহু আৰু অগপ দলৰ হৈ সিদ্ধ নাথ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে নির্দলীয় প্ৰাৰ্থী হিচাবে দেবেন ভূঞা আৰু কৃষ্ণ কান্ত লইঙে মনোনয়ন পত্ৰ দাখিল কৰে।

কাজিৰঙা জিলা পৰিষদৰ সদস্য পদৰ বাবে বিজেপি দলৰ সীতা পানিকা, কংগ্ৰেছ দলৰ হৈ ৰেখা শৰ্মা, অগপ দলৰ চন্দ্রাগু প্রজাই মনোনয়ন দাখিল কৰে ৷ মহুৰা জিলা পৰিষদৰ সদস্য পদৰ বাবে বিজেপি দলৰ ৰশ্মি কাকতি, কংগ্ৰেছ দলৰ ৰূপা লয়িং দাৱ, অগপ দলৰ সংগীতা ৰাভাই মনোনয়ন পত্ৰ দাখিল কৰিছে ৷

একেদৰে বােকাখাত জিলা পৰিষদৰ সদস্য পদৰ বাবে বিজেপি দলৰ শ্ৰীৰাম দাস , কংগ্ৰেছ দলৰ নৱজ্যোতি দাস আৰু অগপ দলৰ পৰমানন্দ দাসে মনােনয়ন পত্র দাখিল কৰে ।

উল্লেখ্য যে বোকাখাত মহকুমাৰ চাৰিখন জিলা পৰিষদ এলেকাৰ মুঠ ১,২৯,২৫৭ গৰাকী ভােটাৰে অহা ৫ ডিচেম্বৰত মহকুমাটোৰ মুঠ ২০৩টা ভোটকেন্দ্ৰত মতদান কৰিব ৷ ইয়াৰে ৬৬,০০৯ গৰাকী পুৰুষ ভােটাৰ আৰু ৬৩,২৪৮ গৰাকী মহিলা ভােটাৰ ।

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

মন কৰিব লগীয়া যে বিজেপিৰ কেন্দ্ৰীয় সম্পাদক দেৱপ্ৰদীপ বৰাই তৃণমূল পৰ্যায়ত এতিয়াও দলীয় বুজাবুজি আছে বুলি কোৱাৰ লগতে বোকাখাতত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি তাৎপৰ্যমূলক মন্তব্য প্ৰকাশ কৰে ৷

আনহাতে বোকাখাতত পঞ্চায়ত দখল কৰিব পৰাতো ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd