• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধনশিৰিমুখৰ গাঁও পঞ্চায়তৰ সভাপতিৰ পদপ্ৰাৰ্থী এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 4:29 pm
poacher
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় গণতন্ত্ৰত যে সকলোৰে বাবে সমান অধিকাৰ আছে সেই কথা বাৰে বাৰে প্ৰমাণ কৰাত স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক দলসমূহে কেতিয়াও পিছ হোঁহোকা দিয়া দেখা পোৱা নাই। অসমতো সেই পৰম্পৰাক ৰক্ষা কৰি ৰাজনৈতিক দলসমূহে সময়ে সময়ে বিভিন্ন বিতৰ্কিত ব্যক্তিক টিকট দিয়া দিয়া আৰু ক্ষমতাত আসীন কৰাৰ নজিৰ আছে।

এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তো এই প্ৰথাৰ ব্যতিক্ৰম হ’বলৈ দিয়া নহ’ল। এইবাৰ গোলাঘাট জিলাৰ ধনশিৰিমুখৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত এইবাৰ গাঁও পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে অগপ দলৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব গণেশ দলে নামৰ এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীয়ে।

Apply Now

উল্লেখ্য যে শ্ৰী  গণেশ দলেৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰংমংৱি আৰক্ষী থানাত এটা গোচৰ (৭/১২) পঞ্জীয়নভুক্ত হৈ আছে। এখন আৰক্ষী থানাত চোৰাং চিকাৰৰ অভিযোগত শ্ৰী দলেৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়নভুক্ত হৈ থকা সত্তেও আঞ্চলিক দলটোৰ টিকটত শ্ৰী দলেই পঞ্চায়ত সভাপতিৰ দৰে এটা পদৱীৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটোৱে অপৰাধক প্ৰত্যক্ষভাৱে সহায় কৰিছে সেয়াই প্ৰতীয়মান হৈছে।

ভাৰতত শেহতীয়াকৈ ট্ৰফি হাণ্টিঙৰ আদিৰ এটা অসুস্থ পৰম্পৰাই পুনৰ গা কৰি উঠিছে। সমান্তৰালকৈ চীনৰ ঘৰুৱা বজাৰত গঁড়, বাঘ, সিংহ, কস্তুৰী পহু আদিৰ অংগ প্ৰত্যংগৰ ব্যৱসায়ত সেউজ সংকেত দিবলৈ আগবাঢ়িছে চীন প্ৰশাসন। ফলস্বৰূপে চীনৰ চুবুৰীয়া দেশসমূহত এই বিৰল জীৱ সমূহৰ চোৰাং চিকাৰৰ মাত্ৰ বাঢ়ি যোৱাৰ আশংকা ব্যক্ত কৰিছে বিশ্বৰ বন্যপ্ৰাণী সংগঠনসমূহে। এই পৰিপ্ৰেক্ষিতত এটা ৰাজনৈতিক দসৰ দ্বাৰা এজন দুৰ্ঘৰ্ষ চোৰাং চিকাৰীক নিৰ্বাচনৰ টিকট দিয়াটোৱে এটা বিশেষ তাৎপৰ্য বহন কৰিছে।

শ্ৰী দলেই আজি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াই মনোনয়নপত্ৰ দাখিল কৰিছে। এজন অতি দুৰ্ধৰ্ষ চোৰাং চিকাৰী হিচাপে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু থকা শ্ৰী দলেই পঞ্চায়ত সভাপতি হিচাপে আঞ্চলিক দলটোৰ পৰা নিৰ্বাচনী টিকট লাভ কৰা বিষয়টোৱে ইতিমধ্যে সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd