• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জোনাকী’: গুৱাহাটী বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ মহোৎসৱ আয়োজন শিক্ষাৰ্থীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2018 7:09 pm
Still from film Crossing Bridges arunachal

মহোৎসৱত প্ৰদৰ্শিত হ’ব লগা ‘Crossing bridges’ চিনে’মাৰ এটি স্থিৰচিত্ৰ। ছবি- desishoots.comৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অহা ২৯ আৰু ৩০ নৱেম্বৰত আয়োজন কৰিছে “জোনাকী” চলচ্চিত্ৰ মহোৎসৱ।

“অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰক মঞ্চ প্ৰদানৰ জৰিয়তে শৈক্ষিক আৰু সামাজিক প্ৰগতিৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাটো এই মহোৎসৱৰ মূলমন্ত্র। প্ৰদৰ্শনীৰ লগতে ২৯ নৱেম্বৰত “চলচ্চিত্ৰ নিৰ্মাণ” আৰু ৩০ নৱেম্বৰত “চিত্ৰনাট্য লিখন” বিষয়ক দুটা কৰ্মশালাৰো আয়োজন কৰা হৈছে,” মঙলবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদমেলযোগে জনাই আয়োজকসকলে।

Apply Now

অসমীয়া, বড়ো, ৰাভা, মিছিং, বাংলা, নাগামিজ আৰু মণিপুৰী ভাষাৰ মুঠ ১৩খন চলচ্চিত্ৰ উৎসৱটোত প্ৰদৰ্শিত হ’ব। বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আৰু অসম আৰ্হিৰ প্ৰেক্ষাগৃহত চিনেমাসমূহ প্ৰদৰ্শিত হ’ব। ৰাইজক মহোৎসৱত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে বিভাগটোৰ মুৰব্বী অংকুৰণ দত্ত, বিভাগীয় প্ৰতিনিধি পলাশ জ্যোতি বৰা আৰু “জোনাকী”ৰ সমন্বয়ক সুব্ৰত দত্তই।

Subrat Dutta Chief Cordinator of Jonaki film festival addressing press conference regarding Jonaki film festival, organised by Department of communication and Journalist, Gauhati University at Guwahati on 27-11-18.Pix by UB Photos
‘জোনাকী’ৰ মঙলবাৰৰ সংবাদমেল। ছবি- ইউ বি।

কাংবা লাভজয়ৰদ্বাৰা পৰিচালিত মণিপুৰী চিনেমা “My Father’s Letter” প্ৰদৰ্শনেৰে উৎসৱটো আৰম্ভ হ’ব। প্ৰথম দিনা প্ৰদৰ্শিত হ’ব লগা বাকী চিনে’মাসমূহ হ’ল– চাংগে দৰ্জী থংদক পৰিচালিত ২০১৩ চনত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অৰুণাচলী চিনেমা “Crossing Bridges”, কংকণ ডেকাৰ অসমীয়া চিনেমা “বিউটিফুল লাইভছ”, ৰীমা বৰাৰ অসমীয়া চিনেমা “বকুল”, সুৰজ দুৱৰা ৰাভা ভাষাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত “অৰং- Strangers In The Mist” আৰু ভাস্কৰজ্যোতি মহন্তৰ ২০১৩ চনত সংগীত পৰিচালক শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা “যুগদ্ৰষ্টা”।

মহোৎসৱৰ দ্বিতীয় দিনা প্ৰদৰ্শিত হ’ব ববী শৰ্মা বৰুৱা পৰিচালিত “সোণাৰ বৰণ পাখি”, টাইকুমজুক আয়েৰৰ নাগামিজ চলচিত্ৰ “Nana- A Tale Of Us”, দীপ চৌধুৰীৰ “অলিফা”, ধ্ৰুৱ বৰদলৈৰ “দূৰণিৰ নিৰলা পঁজা”, ভদা খেৰকটাৰীৰ বড়ো চলচ্চিত্ৰ “চিলিংখাৰ” আৰু নাৰায়ণ ছিল পৰিচালিত “লী-লেন”। ঝুলন কৃষ্ণ মহন্ত পৰিচালিত অসমীয়া চলচ্চিত্ৰ “নদী মাথোঁ বয়” প্ৰদৰ্শনেৰে মহোৎসৱৰ সামৰণি পেলোৱা হ’ব।

মহোৎসৱটোত বিশিষ্ট অতিথি হিচাপে শিল্পী জুবিন গাৰ্গ, পৰিচালক ৰাজেশ ভূঞা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰযোজক তথা ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী, বাদ্যযন্ত্রী ৰাজা বৰুৱা, অভিনেত্ৰী জেৰিফা ৱাহিদ, অমৃতা গগৈ, ডা: জাহানাৰা বেগম, পৰিচালক কেনি বসুমতাৰী, ধ্ৰুৱজ্যোতি বৰদলৈ, দীপ চৌধুৰী, কংকন ডেকা আৰু ঝুলন কৃষ্ণ মহন্ত উপস্থিত থাকিব। অনুষ্ঠানটোত সভাপতিত্ব কৰিব বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য মৃদুল হাজৰিকাই, পঞ্জীয়ক সুৰেশ কুমাৰ নাথে আগবঢ়াব আদৰণি ভাষণ।

৫০ বছৰ পাৰ হোৱা বিভাগটোৱে ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱো অনুষ্ঠিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd