• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : ধৃতৰাষ্ট্ৰৰ ভূমিকাত গৌৰীসাগৰ আৰক্ষী

ব্যৱসায়ীৰপৰা ডকাইতৰূপী জাতীয় সংগঠনৰ সদস্যই পঁচিশ হাজাৰ নগদ ধন লুট কৰি মুখ লজ্জাৰ ভয়ত উভতাই দিলে ধন

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
November 30, 2018 7:50 am
highway2

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ অপৰাধীৰ ৰম্যভুমিলৈ  পৰ্যবসিত হৈছে শিৱসাগৰ জিলাৰ জাঁজী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। জিলাখনৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী দলঙৰ পৰা  ফুলপানীছিগা পৰ্যন্ত  প্ৰায় ৫ কিঃমি দৈৰ্ঘৰ পথ ছোৱাত  একাংশ জাতীয় সংগঠনৰ নেতাৰ সহজলভ্য ধন ঘটাৰ মূল কেন্দ্ৰ হৈ উঠিছে।

অভিযোগ অনুসৰি নিশা হ’লেই  ৰাষ্ট্ৰীয় ঘাইপথছোৱাত  জাতীয় সংগঠনৰ নেতাই লালী গুৰৰ গাড়ী, গৰুৰ গাড়ীকে ধৰি বালি কঢ়িওৱা গাড়ী ৰখাই  মৰেল পুলিচৰ ৰূপত  বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ  কৰে।

Apply Now

শেহতীয়াকৈ দেওৰজা অঞ্চলৰ এজন  ব্যৱসায়ীৰ গাড়ী ৰখাই বুধবাৰে পুৱতি নিশা ফুলপানীছিগাত পঞ্চাশ হাজাৰ টকা দাবী কৰি নগদ পঁচিশ হাজাৰ টকা লৈ উধাও হোৱাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰা মতে জাঁজীৰ ফুলপানীছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জাঁজীৰ এটা জাতীয় সংগঠনৰ  দুজন যুৱকে ব্যৱসায়ী মুকুট শইকীয়াৰ এখন এ চি গাড়ীৰপৰা ধন দাবী কৰি নগদ পঁচিশ হাজাৰ টকা লুট কৰি নিয়ে।

ঘটনাৰ পিছতে ব্যৱসায়ী মুকুট শইকীয়াই গৌৰীসাগৰ আৰক্ষী থানাত যুৱক দুজনৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছিল যদিও গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিয়ুক্তৰ বিষয়ে থানাত কোনো গোচৰ ৰজু হোৱা নাই বুলি এই সংবাদদাতাক জানিবলৈ দিয়ে।

ঘটনাৰ পিছতে মধ্যস্থতাকাৰীৰ জৰিয়তে  মুখ লজ্জাৰ ভয়ত  যুৱকদ্বয়ে অনুসূচনাত দগ্ধ হৈ ভৱিষ্যতে  এনে কাৰ্য নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰি দাবী কৰি লৈ যোৱা সমুদায়  ধন উভতাই দিয়ে ৷

তাৎপৰ্যপূৰ্ণ যে জাঁজী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত গৌৰীসাগৰ আৰক্ষীৰ নিয়মীয়া তহল দিয়াৰ পাছতো ৰাষ্ট্ৰ্ৰ্ৰীয় ঘাইপথচোৱা ডকাইতৰ ৰম্যভূমিলৈ পৰ্যবসিত হোৱা বুলি জনসাধাৰণৰ মাজত ব্যাপক চৰ্চা হৈছে ৷ স্থানীয় ৰাইজে আৰক্ষীক অঞ্চলটোৰ মান মৰ্যাদা ৰক্ষা কৰাৰ লগতে ইয়াৰ লগত জড়িত অপৰাধীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd